39.1 C
New Delhi
Thursday, April 16, 2026
spot_img
Homeঅসমমানকাচৰৰ বাঘাপাৰাত অৰুণোদয় জাতীয় বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ...

মানকাচৰৰ বাঘাপাৰাত অৰুণোদয় জাতীয় বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক সম্ভাৰ্ধণা।

মানকাচৰৰ বাঘাপাৰাত অৰুণোদয় জাতীয় বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক সম্ভাৰ্ধণা।

দূৰ্নীতিৰ দৰ্পন সেৱা কালাপানী ৰ পৰা অৰ্জুন ৰবিদাস ৰ প্ৰতিবেদন ১৪ এপ্রিল ২০২৬ঃ মানকাচৰৰ বাঘাপাৰাত অৰুণোদয় জাতীয় বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক সম্ভাৰ্ধণা।দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰৰ বাঘাপাৰাৰ অৰুণোদয় জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হোৱাত আনন্দিত হৈ পৰিছে বিদ্যালয় কৃতপক্ষ উল্লেখ্য যে এইবেলি বিদ্যালয়খনৰ পৰা ৩৭ গৰাকী ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল ।তাৰে ভিতৰত ১০ জন ছাত্ৰ ছাত্ৰীয়ে প্ৰথম স্থানত পাবলৈ সক্ষম হৈছে আৰু দ্বিতীয় স্থানত ৩৫ জন পাবলৈ সক্ষম হৈছে। সৰ্বমুঠ ৮৪% শতাংশ পাবলৈ সক্ষম হৈছে। কালাপানী পৰীক্ষা কেন্দ্ৰৰ পৰা দ্বিতীয় স্থান লাভ কৰে অৰুণোদয় জাতীয় বিদ্যালয়ে ।

RELATED ARTICLES
Lucknow
haze
38 ° C
38 °
38 °
37 %
3.1kmh
5 %
Thu
37 °
Fri
42 °
Sat
44 °
Sun
45 °
Mon
44 °

Most Popular