দুৰ্নীতিৰ দৰ্পণ, ধুবুৰী, ০৫ মাৰ্চ ২৬ঃ সমগ্ৰ ভাৰত বৰ্ষত ফাকুৱাৰ উৎসৱ পালন কৰিছে সনাতনী লোকসকলে আৰু তাৰ মাজতে ধুবুৰী জিলাৰ তামাৰহাট বজাৰৰ ওচৰত তামাৰহাট প্ৰেছ ক্লাৱৰ কাৰ্য্যলয়ত আজি দিনৰ দুপৰীয়া তামাৰহাট প্ৰেছ ক্লাৱৰ কাৰ্য্যালয়ৰ ভৱনটো নতুনকৈ মেৰামতিৰ নামত কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্য্যবাহী পৰিষদ প্ৰদীপ কুমাৰ ৰায়ে কামতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ ২০২৪-২০২৫ বৃত্তিয় বৰ্ষৰ ৫ লাখ টকা ধন আবন্টন দিয়ে। আৰু আজি সেই আৱন্টিত ধনৰে প্ৰেছ ক্লাৱৰ কাৰ্য্যালয়টো পুনৰ নিৰ্মাণৰ কাম তথা মেৰামতিৰ কামৰ আধাৰশিলা শুভ উদ্বোধন কৰে KAC ৰ কাৰ্য্যবাহী পৰিষদ প্ৰদীপ কুমাৰ ৰায়ে। আৰু এই উদ্বোধনৰ আগতে উপস্থিত ৰাইজৰ আগত নিজৰ মত প্ৰকাশ কৰি কয় যে , পশ্চিম অসমৰ মাত্ৰ চাৰিখন জিলা লৈ গঠন অসম চৰকাৰে কামতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠন কৰি দিয়াৰ পিছতে অলপ অলপ কৰি হলেও সমগ্ৰ কামতাপুৰ স্বায়ত্তশাসিত পৰিষদত বিভিন্ন উন্নয়ন মুলক কাম কৰি থকা হৈছে। আৰু লগতে ৰায়ে কয় যে যিহেতু কামতাপুৰ স্বায়ত্তশাসিত পৰিষদৰত ৰাজ্য চৰকাৰৰ পৰা অতি কম পৰিমানে পুজি দিয়ে, যদিও সেই পুজিৰ ভিতৰত অলপ অলপ পুজি কামতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ ভিতৰত বিভিন্ন স্থানত উন্নয়ন বাবে পুজি আবন্টন দিয়া হয়। আৰু যিহেতু ২০২৪-২০২৫ বৰ্ষৰ ৫ লাখ টকা এই কাৰ্য্যালয়টো মেৰামতি নামত দিয়া হৈছে যদিও, অনাগত দিনত বা ইয়াৰ পৰবৰ্তী বৰ্ষত আৰু অলপ বেচি পৰিমাণ পুজি আবন্টন দিয়াৰ বাবে চেষ্টা কৰা হব বুলি সাংবাদিকৰ আগত মত প্ৰকাশ কৰে।
তামাৰহাট প্ৰেছ ক্লাৱৰ কাৰ্য্যালয়ৰ নতুনকৈ মেৰামতিৰ নামত ৫ লাখ টকা ধন আবন্টন
Lucknow
broken clouds
34.5
°
C
34.5
°
34.5
°
28 %
0.5kmh
76 %
Fri
42
°
Sat
41
°
Sun
44
°
Mon
45
°
Tue
45
°

