চামতাত নলবাৰী শিক্ষা বিভাগৰ উদ্যোগত আন্ত: জিলা শিক্ষা বিভাগ ক্ৰিকেট প্ৰতিযোগিতা
প্ৰনৱ কুমাৰ ডেকা নলবাৰী- নলবাৰী জিলা শিক্ষা বিভাগৰ উদ্যোগত চামতা ষ্টেডিয়াম খেল পথাৰত কাইলৈ আন্ত: জিলা শিক্ষা বিভাগ দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতা এখনৰ আয়োজন কৰা হৈছে৷ নলবাৰী জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা নলবাৰী জিলা প্ৰাথমিক শিক্ষা বিষয়া ৰাতুল কুমাৰ দাসে এক প্ৰেছ বিবৃতিযোগে জনোৱা মৰ্মে কাইলৈ পুৱা ৮-৩০ বজাৰ পৰা আৰম্ভ হবলগীয়া দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতা খনত নামনি অসমৰ ছয়খন জিলা ক্ৰমে নলবাৰী, বাক্সা, বজালি, বৰপেটা, দৰং আৰু কামৰূপ গ্ৰাম্য জিলা শিক্ষা বিভাগ দলে অংশ গ্ৰহণ কৰিব৷
চামতাত নলবাৰী শিক্ষা বিভাগৰ উদ্যোগত আন্ত: জিলা শিক্ষা বিভাগ ক্ৰিকেট প্ৰতিযোগিতা
Lucknow
overcast clouds
28.2
°
C
28.2
°
28.2
°
76 %
2.1kmh
97 %
Tue
36
°
Wed
36
°
Thu
35
°
Fri
34
°
Sat
34
°

