বিশ্বৰ চুকে-কোণে চৰ্চাত জেড ব্লেক ডায়মণ্ড আগৰ উড এলএলপি
দুৰ্নীতিৰ দৰ্পণ শীৰ্ষক বিশেষ প্ৰতিবেদনত হোজাই ১৮ মে !পুনৰ চৰ্চালৈ আহিছে ব্যৱসায়ী তমজিদ আলীৰ নাম। উজনি বা নামনি অসমৰ নহয় সমগ্ৰ ভাৰতত ব্যৱসায় চলি আহিছে!বৰ্তমান সময়ত বিশ্বজুৰি পৰিচিত “জেড ব্লেক” !
জানিব পৰা মতে, জেড ব্লেকৰ এম ডি মাননীয় তমজিদ আলী ডাউৰীয়াৰ নেতৃত্বত কোম্পানীটোৱে বিভিন্ন ব্যৱসায়িক ক্ষেত্ৰত নিজৰ প্ৰভাৱ বিস্তাৰ কৰি আহিছে। ব্যৱসায়, চাকৰি বা স্ব-নিয়োজিত হোৱাৰ সুযোগ বিচৰা বহু লোকক সংস্থাটোৱে সংযোগ স্থাপন কৰিবলৈ আহ্বান জনাইছে।
কোম্পানীৰ সৈতে জড়িতসকলৰ দাবী অনুসৰি, ব্যৱহাৰ কৰা সামগ্ৰীসমূহ সম্পূৰ্ণ হাৰবেল আৰু ক্ষতিকাৰক নহয়। লগতে আধুনিক পদ্ধতিৰে ইনক’লেচন বা ব্যৱসায়িক প্ৰচাৰ চলোৱা হয় বুলি উল্লেখ কৰা হৈছে।
এই ব্যৱস্থাত যুক্ত হোৱাৰ পিছত ৬ মাহৰ পৰা ৭ বছৰৰ ভিতৰত উন্নত ফল লাভ কৰিব পাৰিব বুলি কোম্পানীপক্ষই দাবী কৰিছে। ইতিমধ্যে কেবাটাও বৃহৎ কোম্পানীৰ সৈতে জেড ব্লেকৰ ব্যৱসায়িক সম্পৰ্ক স্থাপন হোৱা বুলিও জানিব পৰা গৈছে।
অৱশ্যে, এই সম্পূৰ্ণ বিষয়টো লৈ সমাজৰ বিভিন্ন মহলত মিশ্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। একাংশই ইয়াক নতুন উদ্যোগ আৰু আত্মনিৰ্ভৰশীলতাৰ সুযোগ বুলি অভিহিত কৰিছে!
বিশ্বৰ চুকে-কোণে চৰ্চাত জেড ব্লেক ডায়মণ্ড আগৰ উড এলএলপি
Lucknow
overcast clouds
30
°
C
30
°
30
°
67 %
1.6kmh
95 %
Tue
36
°
Wed
36
°
Thu
35
°
Fri
35
°
Sat
35
°

