33.4 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমপুনৰ মানৱ সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হ'ল চৰাইদেউৰ জিলাৰ সাপেখাতীত

পুনৰ মানৱ সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হ’ল চৰাইদেউৰ জিলাৰ সাপেখাতীত

পুনৰ মানৱ সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হ’ল চৰাইদেউৰ জিলাৰ সাপেখাতীত

সাপেখাতী পৰা আজিজুল হকৰ ৰিপৰ্ট , দুৰ্নীতিৰ দৰ্পণ : পুনৰ মানৱ সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হ’ল চৰাইদেউৰ জিলাৰ সাপেখাতীত ৷ জোন ঘাটোৱাৰ নামৰ লম্পট এটাৰ কামনাৰ বলি হৈ তিনিমাহৰ অন্ত:সত্ত্বা হব লগা হ’ল এগৰাকী ১৪ বছৰীয়া কিশোৰী ৷ ঘটনা সংঘটিত কৰিয়েই পলাতক অৱস্থাত আছিল লম্পট জোন ঘাটোৱাৰ ৷ সাপেখাতীৰ বাৰেগাওঁত সংঘটিত হৈছে এই ঘটনা ৷ এমাহৰ পিছত চেন্নাই পৰা নিজ ঘৰলৈ উভতি আহি থকা অৱস্থাত জোন ঘাটোৱাৰক শিমলুগুৰি ৰে’ল ষ্টেচনৰ পৰা আটক কৰিবলৈ সক্ষম হৈছে সাপেখাতী আৰক্ষী। সাপেখাটী আৰক্ষী অধীক্ষক সহযোগিতা আগবঢ়াই বাৰেগাওঁ গাওঁৰক্ষী বাহিনীৰ সম্পাদক শ্ৰীযুত টুটুৰঞ্জ্যন পাল । সম্পত্তি জোন ঘাটোৱাৰক সাপেখাতী আৰক্ষীয়ে আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে।

RELATED ARTICLES
Lucknow
overcast clouds
32.4 ° C
32.4 °
32.4 °
58 %
0.8kmh
97 %
Tue
36 °
Wed
37 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular