29.4 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমঅসম নগালেণ্ড সীমান্তবৰ্তী এলেকা নামতোলাত ড্ৰাগছ সহ এগৰাকী যুৱতী আটক নামতোলা আৰক্ষীৰ

অসম নগালেণ্ড সীমান্তবৰ্তী এলেকা নামতোলাত ড্ৰাগছ সহ এগৰাকী যুৱতী আটক নামতোলা আৰক্ষীৰ

অসম নগালেণ্ড সীমান্তবৰ্তী এলেকা নামতোলাত ড্ৰাগছ সহ এগৰাকী যুৱতী আটক নামতোলা আৰক্ষীৰ

নামতোলাঃ২২মে ৰ্দূনীতি দৰ্পন,চৰাইদেউ জিলাৰ নামতোলা আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ , আটকাধীন লোকজন শ্ৰীমতী মায়া তামাং, পিতৃ প্ৰয়াত বুধে তামাং গাওঁ নামতোলা হাতী কেম্প টিলা লাইন । নামতোলা আৰক্ষীয়ে অভিযান চলাই শ্ৰীমতী মায়া তামাং বাসগৃহত অভিযান চলাই উদ্ধাৰ কৰে নিষিদ্ধ ড্ৰাগছ খিনি। পাত্ৰৰ সৈতে প্ৰায় ৮১.০০ গ্ৰাম পোৱা নিষিদ্ধ ড্ৰাগছ খিনি হেৰ’ইন বুলি সন্দেহ কৰা হৈছে। ইতিমধ্যে নিষিদ্ধ ড্ৰাগছ সৰবৰাহত জড়িত এজনক সম্পত্তি নামতোলা আৰক্ষীৰ জিন্মাত ।

RELATED ARTICLES
Lucknow
overcast clouds
31.1 ° C
31.1 °
31.1 °
64 %
5.1kmh
100 %
Wed
36 °
Thu
36 °
Fri
35 °
Sat
36 °
Sun
36 °

Most Popular