কোকৰাঝাৰৰ পৰ্বতঝোৰাৰ ৰূপসীত ব্লগত বিপিএফ দলৰ প্ৰাৰ্থী যোগদান সভা
গৌৰীপুৰ পৰা শেখৰ দাস , আজি কোকৰাঝাৰ জিলাৰ ৰূপসী ব্লগত বিপিএফ দলৰ এখনি নতুন কৰ্মী সভা যোগদান কাৰ্য্যসূচী অনুষ্ঠিত হয়। উক্ত সভাত উপস্থিত থাকে বিটিচিৰ নগৰ উন্নয়ন বিভাগৰ কাৰ্য্যবাহী সদস্যা মুনমুন ব্ৰহ্ম, লগতে উপস্থিত VCDC Charman আৰু VCDC Mamber সকলে আৰু সাধাৰণ ৰাইজৰ মাজত বহুত গণ্যমান্য ব্যক্তিৰ লগতে ৰূপসীৰ অঞ্চলৰ বহু যুৱ সমাজ সেৱক উপস্থিত থাকি বিপিএফ দলত যোগদান কৰে। উক্ত কৰ্মী যোগদান কাৰ্য্যসূচী পূৰ্বে ৰূপসী বজাৰত নতুনকৈ বজাৰৰ সেড ঘৰ নিৰ্মাণ কামৰ আধাৰশিলা স্থাপন কৰি ৰূপসীৰ ব্লগত বিপিএফ দলৰ সদস্য ভৰ্তি কাৰ্য্যসূচী অংশগ্ৰহণ কৰে।
কোকৰাঝাৰৰ পৰ্বতঝোৰাৰ ৰূপসীত ব্লগত বিপিএফ দলৰ প্ৰাৰ্থী যোগদান সভা
Lucknow
light rain
33.5
°
C
33.5
°
33.5
°
56 %
8.1kmh
98 %
Fri
34
°
Sat
36
°
Sun
36
°
Mon
30
°
Tue
32
°

