33.4 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমখটখটীৰ কালিৰাম বস্তিত চাৰিলেন যুক্ত পথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত

খটখটীৰ কালিৰাম বস্তিত চাৰিলেন যুক্ত পথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত

খটখটীৰ কালিৰাম বস্তিত চাৰিলেন যুক্ত পথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত

দুৰ্নীতিৰ দৰ্পণ মইনুল হুছেইন ওঝা খটখটী সংবাদাতা ২৪ মে :-কালী বোকাজান মহকুমাৰ খটখটী থানা এলেকাৰ কালিৰাম বস্তিত দুখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষ সংঘটিত হয়।
জানিব পৰা মতে, খটখটী দিশৰ পৰা চুমুকেডিমা অভিমুখে গৈ থকা এখন বুলেৰু পিকআপ বাহন নম্বৰ AS-05-AC-5477 আৰু চুমুকেডিমাৰ পৰা খটখটী অভিমুখে আহি থকা এখন Maruti Suzuki Alto বাহন নম্বৰ WB-24R-8155 ৰ মাজত মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনাত Alto বাহনৰ চালকসহ যাত্ৰী গুৰুত্বৰভাৱে জখম হোৱা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। খটখটী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰাৰ লগতে দুৰ্ঘটনাগ্ৰস্ত বাহন দুয়োখন জব্দ কৰি তদন্ত আৰম্ভ কৰিছে। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।।

RELATED ARTICLES
Lucknow
overcast clouds
32.4 ° C
32.4 °
32.4 °
58 %
0.8kmh
97 %
Tue
36 °
Wed
37 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular