37.3 C
New Delhi
Wednesday, June 17, 2026
spot_img
Homeঅসমডিগবৈ মিছন পাৰাত নাৰী দিৱসত সম্বৰ্ধনা : 

ডিগবৈ মিছন পাৰাত নাৰী দিৱসত সম্বৰ্ধনা : 

ডিগবৈ মিছন পাৰাত নাৰী দিৱসত সম্বৰ্ধনা : 

দুৰ্নীতিৰ দৰ্পন,ডিগবৈ,৯ মাৰ্চ : ডিগবৈ মিছন পাৰা এলেকাৰ সচেতন মহিলা গ্ৰুপৰ উদ্যোগত নাৰী দিৱস উদযাপন। মুখ্য অতিথি হিচাপে ড° শ্ৰীপনা দে’ আৰু ড° চাবিয়া ক্ৰী উপস্থিত থাকি প্ৰেৰণাদায়ক বক্তব্য প্ৰদান কৰে। অনুষ্ঠানটোৰ পাঁচ গৰাকী মহিলা-যুৱতী, মায়লিনা বৰা,ক্ৰীড়া ক্ষেত্ৰত চম্পা বৰা,দৌৰ প্ৰতিযোগিতাত জয়া সূত্ৰধাৰ আৰু চুমি দাস,নাটকত চাণ্টা ভট্টাচাৰ্য আৰু জীৱন বীমা ক্ষেত্ৰত বীনাপানী শইকীয়া বৰাক সম্বৰ্ধনা জনোৱা হয়। গীত-মাত -নৃত্য -কবিতা আবৃত্তি আৰু যোগাসন প্ৰদৰ্শন কৰি নাৰী দিৱসৰ অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে।উল্লেখ্য যে প্ৰতিবছৰে সচেতন মহিলা গ্ৰুপে নাৰী দিৱসৰ কাৰ্য্যসূচীত বিশেষ পাৰদৰ্শি মহিলাসকলক সম্বৰ্ধনা জ্ঞাপন কৰে বুলি সভাপতি অনিতাৰাণী ৰয় আৰু সম্পাদিকা অৰুন্ধতী নাইডুয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰে।

RELATED ARTICLES
Lucknow
broken clouds
37.5 ° C
37.5 °
37.5 °
24 %
2.5kmh
53 %
Wed
41 °
Thu
44 °
Fri
44 °
Sat
46 °
Sun
45 °

Most Popular