35.5 C
New Delhi
Monday, June 15, 2026
spot_img
Homeঅসমশ্ৰীৰামপুৰত অৰুণোদয় আঁচনিৰ শুভ উদ্বোধন

শ্ৰীৰামপুৰত অৰুণোদয় আঁচনিৰ শুভ উদ্বোধন

শ্ৰীৰামপুৰত অৰুণোদয় আঁচনিৰ শুভ উদ্বোধন

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপ’ৰ্টাৰ নুৰছালাম আলী, ১০মাৰ্চ : অসমৰ মুখ্যমন্ত্ৰী যি,সময়ত গুৱাহাটী‌ কেন্দ্ৰীয় অনুষ্ঠানত উপস্থিত আছে ।ঠিক একে সময়তে গোঁসাই গাওঁ মহকুমাৰ শ্ৰীৰামপুৰৰ ভিচিডিৰ কাৰ্যালয়ৰ ,সন্মূখত এক বিশাল জন – সমাগমত শ্ৰী ৰামপুৰ ভিচিডিৰ অন্তৰ্গত ৭৫০ জন হিতাধিকাৰীৰ প্ৰতি জনক ৯০০০ ( ন হেজাৰ)টকা হিতাধিকাৰীৰ একিউণ্টত জমা হৈছে বুলি মুখ্য অতিথি তথা বিপিফৰ শ্ৰীৰামপুৰ ব্লকৰ সম্পালক মজিবৰ ৰহমানে প্ৰকাশ কৰে। ভিচিডিৰ সভাপতিত্বত পৰিচালিত‌‌ সভাখনত‌মুখ্য অতিথি জনে কয় যে,আজিৰ এই বিশেষ দিনটোত অৰুণোদয় ৩-০- ৰ অধীনত ৩৯,৭ লাখ হিতাধিকাৰীক ৯,০০০ টকাকৈ প্ৰদান কৰা হৈছে। উল্লেখ্য যে ২০২০ চনৰ আগষ্ট মাহত প্ৰথম পৰ্যায়ত অৰুণোদয় আঁচনি মুকলি কৰা হৈছিল। গুৰুত্বপূৰ্ণ বিষয় হ’ল,এই আচঁনিৰ দ্বাৰা ঘৰ খনৰ মহিলা সবলীকৰণৰ , তৃতীয় লিংগৰব্যক্তি ,দিব্যাংগ, বিধবা মহিলা , অতিকৈ দৰিদ্ৰ মহিলাৰ, গুৰুতৰ ৰোগত আক্ৰান্ত ব্যক্তিৰ বাবে বেংক একাউণ্ট‌ পোনে পোনে আৰ্থিক সাহায্য হস্তান্তৰ কৰাৰ প্ৰদ্ধতি । প্ৰণিধানযোগ্য যে এই আচঁনি দেশৰ ভিতৰত ৰাজ্য চৰকাৰৰ পুজিৰে পৰিচালিত ( DBT )এক অন্যতম প্ৰদ্ধতি। Direct Benefit transfer ,ই হিতাধিকাৰিৰ‌ কল্যাণ হিচাপে পৰিগণিত হৈছে । আজিৰ এই বিশেষ দিনটোত গুৱাহাটীত কেন্দ্ৰীয় অনুষ্ঠানৰ লগতে শ্ৰী ৰামপুৰ ভিচিডি চিৰ অনুৰুপ কাৰ্যসুচিত , শ্ৰীৰামপুৰ ভিচিডিচিৰ সভাপতি পেনিহাছ হেম্ব্ৰম,হাতীধুৰা উন্নয়ণ খণ্ডৰ অভিযন্তা ৰাজিৱ দাস,যোগেশ‌ বৰ্মণ আৰু স্থানীয় সমাজ সচেতন ‌ব্যক্তি সকল উপস্থিত থাকি সভা খন সাফল্য মণ্ডিত কৰি তোলে ।

RELATED ARTICLES
Lucknow
clear sky
40.2 ° C
40.2 °
40.2 °
16 %
4.9kmh
5 %
Mon
40 °
Tue
43 °
Wed
45 °
Thu
45 °
Fri
46 °

Most Popular