নম্বৰী তিনিআলীত ভয়ংকৰ পথ দুৰ্ঘটনা, কোনোমতে প্ৰাণ ৰক্ষা চালকৰ।
দুৰ্নীতিৰ দৰ্পণ, ২৪ মাৰ্চ কলিয়াবৰ:
কলিয়াবৰৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত নম্বৰী তিনিআলীত পুৱাৰ ভাগত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন তামুল ভৰ্তি বাহন লাওঁখোৱা হৈ ৰূপহী অভিমুখে গৈ আছিল। বাহনখন নম্বৰী তিনিআলী পোৱাৰ লগে লগে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত। দুৰ্ঘটনাৰ ফলত তিনিখন বিদ্যুৎৰ পোষ্ট ভাঙি এখন দোকানৰ ভিতৰত কিছু অংশ সোমাই যায়। লগে-লগে এক বৃহত্তৰ অঞ্চলৈ বিদুৎ যোগাযোগ বিচ্ছিন্ন হৈ পৰে। দুৰ্ঘটনাৰগ্ৰন্থ বাহন খনৰ নম্বৰ হৈছে AS13AC5166। স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত আমবাগান আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে তামোল ভৰ্তি বাহন খন থানা লৈ যায়।
নম্বৰী তিনিআলীত ভয়ংকৰ পথ দুৰ্ঘটনা, কোনোমতে প্ৰাণ ৰক্ষা চালকৰ
Lucknow
haze
29
°
C
29
°
29
°
58 %
5.1kmh
75 %
Thu
37
°
Fri
38
°
Sat
41
°
Sun
40
°
Mon
40
°

