40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমবহিঃ ৰাজ্যৰ অন্দ্ৰপ্ৰদেশৰ ভিজিয়ানাগ্ৰাম এনিশ্বাইন প্লায়বোৰ্ড কোম্পানীত মেঘালয়ৰ নয়াবস্তি গোবিন্দ বড়ো নামৰ...

বহিঃ ৰাজ্যৰ অন্দ্ৰপ্ৰদেশৰ ভিজিয়ানাগ্ৰাম এনিশ্বাইন প্লায়বোৰ্ড কোম্পানীত মেঘালয়ৰ নয়াবস্তি গোবিন্দ বড়ো নামৰ এজন যুৱক কাম কৰিবলৈ গৈ নিৰুদ্দেশ

বহিঃ ৰাজ্যৰ অন্দ্ৰপ্ৰদেশৰ ভিজিয়ানাগ্ৰাম এনিশ্বাইন প্লায়বোৰ্ড কোম্পানীত মেঘালয়ৰ নয়াবস্তি গোবিন্দ বড়ো নামৰ এজন যুৱক কাম কৰিবলৈ গৈ নিৰুদ্দেশ

দুৰ্নীতিৰ দৰ্পণ, ঠেলামৰা, ২৩ মাৰ্চ:- মেঘালয়ৰ ভোলাঞ্জ বজাৰৰ থানা অন্তৰ্গত নয়াবস্তি গাঁওৰ নিবাসী গোবিন্দ বড়ো নামৰ এজন যুৱক ১৪ মাৰ্চ তাৰিখৰ পৰা নিৰুদ্দেশ বহিঃ ৰাজ্যৰ অন্দ্ৰপ্ৰদেশৰ ভিজিয়ানাগ্ৰাম এনিশ্বাইন প্লায়বোৰ্ড কোম্পানীত কাম কৰিবলৈ গৈ নিৰুদ্দেশ হৈ থকা ঘটনাই পৰিয়ালৰ লোকসলক চিন্তিত হৈ পৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, জীৱিকা উপাৰ্জনৰ উদ্দেশ্যে অন্দ্ৰপ্ৰদেশলৈ যোৱা যুৱকজন ১৪ তাৰিখৰ পৰা পৰিয়ালৰ সৈতে কোনো ধৰণৰ যোগাযোগ কৰা নাই। উল্লেখযোগ্য যে তাৰ পিছৰে পৰা তেখেতৰ কোনো খবৰ পোৱা হোৱা নাই। এই ঘটনাক লৈ পৰিয়ালৰ মাজত উৎকণ্ঠা বৃদ্ধি পাইছে আৰু ইতিমধ্যে মেঘালয়াৰ ভোলাগঞ্জ বজাৰৰ আৰক্ষীৰ থানাটো নিৰুদ্দেশ ৰ কথা অৱগত কৰিছে । আৰক্ষীক ঘটনাটোৰ তদন্ত কৰিবলৈ আহ্বান জনাইছে। দুৰ্ভুগীয়া পৰিয়ালৰটোক সহায়ৰ লগতে যুৱকজনক কোনোবা ব্যক্তি দেখা পাই তেন্তে এই ফোন নম্বৰত ৮৭২৩০৮৫৯৫৩ যোগাযোগ কৰি জনাবলৈ আহবান জনাই।

RELATED ARTICLES
Lucknow
broken clouds
40 ° C
40 °
40 °
22 %
4.7kmh
74 %
Sun
40 °
Mon
44 °
Tue
44 °
Wed
45 °
Thu
45 °

Most Popular