29.2 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমচামগুৰি বিজেপিৰ অনিল শইকীয়াৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ। পাঁচ শতাধিকে কংগ্ৰেছ ত্যাগ কৰি...

চামগুৰি বিজেপিৰ অনিল শইকীয়াৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ। পাঁচ শতাধিকে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান

চামগুৰি বিজেপিৰ অনিল শইকীয়াৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ। পাঁচ শতাধিকে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান

দূৰ্নীতিৰ দৰ্পণ,আনজাৰ হুছেইন/ৰূপহীহাট-২৮-মাৰ্চ-ঃচামগুৰিত বিজেপি দলৰ প্ৰাৰ্থী অনিল শইকীয়াই আৰম্ভ কৰিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ। প্ৰাৰ্থী জনে প্ৰতিদিনে পঞ্চায়তে পঞ্চায়তে প্ৰচাৰ চলাই ৰাইজৰ মাজত সোমাই পৰিছে। অনিল শইকীয়াৰ এনে মাৰাথন প্ৰচাৰত কংগ্ৰেছত আৰম্ভ হৈছে খহনীয়া। প্ৰতিটো পঞ্চায়তে শ-শ লোকে কংগ্ৰেছ ত্যাগ কৰি বিজেপি দলত যোগদান কৰিছে। সমষ্টিটোৰ জিউমাৰী, বৰঘাট,কাৱৈমাৰী, কাঠপাৰা,ডিফলু ভেলুগুৰি আদি পঞ্চায়তৰ পৰা পাঁচ শতাধিক কংগ্ৰেছ দলৰ নেতা কৰ্মী কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰিছে। বিজেপি দলত যোগদান কৰা সকলক অনিল শইকীয়াই বিজেপি দলৰ গামোচা আৰু টুপীৰে আদৰি লয়। চামগুৰিত কংগ্ৰেছ ত্যাগৰ জোৱাৰ উঠাৰ বাবেই বৰ্তমান সমষ্টিত সমষ্টিটোত বিজেপি দলৰ ভেঁটি মজবুত হৈ পৰিছে। উল্লেখ্য য়ে চামগুৰিত ৰকিবুল হুছেইনৰ পৰিয়াল কেন্দ্রীক ৰাজনীতিৰ বাবে ভোটাৰ ৰাইজ অতীষ্ট হৈ পৰিছে বুলি জানিব পৰা গৈছে।

RELATED ARTICLES
Lucknow
overcast clouds
30 ° C
30 °
30 °
67 %
1.6kmh
95 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular