30 C
New Delhi
Friday, August 21, 2026
spot_img
Homeৰাষ্ট্ৰীয়কোকৰাঝাৰ জিলা আয়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুলৈ আদিবাসী ছিংগেল অভিযানৰ কোকৰাঝাৰ জিলা...

কোকৰাঝাৰ জিলা আয়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুলৈ আদিবাসী ছিংগেল অভিযানৰ কোকৰাঝাৰ জিলা সমিতিৰ স্মাৰক পত্ৰ প্ৰেৰণ

কোকৰাঝাৰ জিলা আয়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুলৈ আদিবাসী ছিংগেল অভিযানৰ কোকৰাঝাৰ জিলা সমিতিৰ স্মাৰক পত্ৰ প্ৰেৰণ

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ নুৰছালাম আলী, ৩০ মাৰ্চ: আদিবাসী জনগোষ্ঠীৰ বিভিন্না সমস্যা সমূহ সমাধানৰ বাবে আদিবাসী ছিংগেল অভিযান কোকৰাঝাৰ জিলা সমিতিয়ে কোকৰাঝাৰ জিলা আয়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুলৈ স্মাৰক পত্ৰ প্ৰেৰন৷ প্ৰকৃতি পূজক আদিবাসী সকলক সংবিধানৰ ২৫ নং অনুচ্ছেদৰ জৰিয়তে স্বতন্ত্ৰ ধাৰ্মিক মান্যতা অৰ্থাৎ ’ছাৰনা ধৰ্ম’ কোড প্ৰদান কৰি ২০২১-২৭ ৰ জনগণনাত পৃথক প্ৰমাণ কোড প্ৰদান কৰিবলৈ বিনব্ৰ অনিৰোধ জনায়৷ আদিবাসী জনগোষ্ঠী মূল মূল ৮ দাবী সম্বলিত বিষয় লৈ স্মাৰক পত্ৰ দিয়ে৷ উক্ত অনুষ্ঠানত ভাগ লয় আদিবাসী ছেঙ্গেল অভিযানৰ যুৱ ছাত্ৰ মৰ্চা অসম ৰাজ্যিক সভানেত্ৰী শ্ৰীমতী ললিতা টুডু, ছেঙ্গেল অভিযানৰ কোকৰাঝাৰ জিলা সভাপতি শ্ৰীযুত সূৰ্যনাথ টুডু, ছেঙ্গেল অভিযান কোকৰাঝাৰ জিলা উপ সভাপতি শ্ৰীযুত প্ৰদীপ মুৰ্মু, ছেঙ্গেল অভি bhযান কোকৰাঝাৰ জিলা উপ সভাপতি শ্ৰীযুত সঞ্জীৱ মুৰ্মু, আৰু ছিংগেল তিতাগুড়ী ব্লক সভাপতি শ্ৰীযুত আমকা মুৰ্মু উপস্থিত থাকে৷

RELATED ARTICLES
Lucknow
broken clouds
30 ° C
30 °
30 °
89 %
2.6kmh
61 %
Fri
36 °
Sat
36 °
Sun
32 °
Mon
33 °
Tue
36 °

Most Popular