31 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসম১০০ শতাংশ উৰ্ত্তীণৰে কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে ব্যক্তিগত খণ্ডৰ বিদ্যালয় আইড’ল ইংলিচ...

১০০ শতাংশ উৰ্ত্তীণৰে কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে ব্যক্তিগত খণ্ডৰ বিদ্যালয় আইড’ল ইংলিচ একাডেমিয়ে

১০০ শতাংশ উৰ্ত্তীণৰে কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে ব্যক্তিগত খণ্ডৰ বিদ্যালয় আইড’ল ইংলিচ একাডেমিয়ে

দুৰ্নীতিৰ দৰ্পন: – সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সোণ হৈ জিলিকিছে কলিয়াবৰ আমবাগান আইড’ল ইংলিচ একাডেমী৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয় খনৰ পৰা এশ শতাংশ উৰ্ত্তীণ হোৱাৰ লগতে কলিয়াবৰৰ ভিতৰত প্ৰথম স্থান দখল কৰিছে বিদ্যালয় খনে৷ বিদ্যালয় খনৰ পৰা মুঠ ৩১জন ছাত্ৰ-ছাত্ৰী অৱতিৰ্ন হৈছিল৷ তাৰে ১৯জন প্ৰথম বিভাগত উৰ্ত্তীণ হোৱাৰ লগতে ৭ জনে ষ্টাৰ মাৰ্ক আৰু ৪ জনে ডিষ্টিংচন মাৰ্ক লাভ কৰে৷ ইফালে তৃতীয় বিভাগ শোণ্য কৰি দ্বিতীয় বিভাগত ১২জন উৰ্ত্তীণ হৈ এশ শতাংশ উৰ্ত্তীণৰে সমগ্ৰ কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিছে বিদ্যালয় খনে৷ সুক্ষ্যৰ্থীয়ে উৰ্ত্তীণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক বিদ্যালয় কৰ্তৃপক্ষই একোখনকৈ গামোছাৰে উস্ম আদৰনি জনায় বিদ্যালয় কৰ্তৃপক্ষই৷ উল্লেখ যে একেৰাহে পাচ বছৰ ধৰি বিদ্যালয় খনৰ পৰা এশ শতাংশ উৰ্ত্তীণৰে সমগ্ৰ কলিয়াবৰ জুৰি সন্মান বুটলিবলৈ সক্ষম হৈছে বিদ্যালয় খনে৷

RELATED ARTICLES
Lucknow
broken clouds
30.4 ° C
30.4 °
30.4 °
69 %
3.7kmh
69 %
Tue
30 °
Wed
37 °
Thu
37 °
Fri
34 °
Sat
35 °

Most Popular