নিৰুদ্দেশ
ধুবুৰী জিলাৰ গৌৰীপুৰৰ আৰক্ষী থানাৰ অন্তৰ্গত গেৰামাড়ি প্ৰথম খণ্ড গাঁৱৰ স্থানীয় এজনী স্কুলীয়া ছাত্ৰী হাছিনা বেগম বয়স :-12 বছৰ বছৰ ,পিতা :-হাফিজুৰ ৰহমান, মাতৃ হালিমা বেগমৰ কন্যা সন্তান হাসিনা বেগমে স্কুল পঢ়ি থকা ছাত্ৰী তথা ব্যাক্তিগত স্কুলত অধ্যায়ন কৰি আছিল। গেৰামাৰি চিলাৰায় একাডেমী (বটেৰতল) গেৰামাৰি স্কুলত পঢ়ি থকা ছাত্ৰী যোৱা 6/04/2026 তাৰিখে কিতাপ কিনিবলৈ গৈ পিছলৈ নিজ ঘৰলৈ উভতি নোহোৱাৰ ফলত নিৰুদ্দেশ হৈ আছে। সমগ্ৰ অঞ্চলৰ লগতে স্থানীয় ৰাইজে বহুতো ঠাইত খোজ-খবৰ লোৱাৰ ফলতো এতিয়াও হাসিনা বেগম নামৰ ছোৱালীজনীক চিন্তিত হৈ এজাহাৰ দাখিল কৰিছে গৌৰীপুৰৰ আৰক্ষী থানাত । আনহাতে , নিৰুদ্দেশ হৈ থকা ঘটনাই সমগ্ৰ পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলৰ ৰাইজৰ মাজত শোকৰ ছাঁ পৰিছে। উল্লেখযোগ্য নিৰুদ্দেশ হৈ থকা ঘটনাই পৰিয়ালৰ সকলো সদস্যকে চিন্তিত কৰি পেলোৱাৰ ফলত যোৱা 07/04/2026 তাৰিখে লিখিত ভাবে গৌৰীপুৰৰ আৰক্ষী থানাত নিৰুদ্দেশ হৈ থকা সম্পৰ্কে লিখিত ভাবে এখনি এজাহাৰ দিয়া হৈছে বুলি গৌৰীপুৰৰ আৰক্ষীয়ে জনাইছে। দুৰ্ভগীয়া পৰিয়ালটোক সহায়ৰ লগতে ছোৱালী জনীৰ কোনো ব্যক্তি দেখা পায়,বা সন্ধান পায়, তেন্তে তাৎক্ষণিক ভাৱে এই মোবাইল নম্বৰত 9365412289 যোগাযোগ কৰি জনাবলৈ গৌৰীপুৰৰ আৰক্ষী থানাৰ পৰা আহ্বান জনাইছে।
নিৰুদ্দেশ
Lucknow
overcast clouds
28
°
C
28
°
25.8
°
100 %
2.1kmh
96 %
Fri
36
°
Sat
35
°
Sun
31
°
Mon
34
°
Tue
33
°

