41.5 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমনিৰুদ্দেশ

নিৰুদ্দেশ

নিৰুদ্দেশ

ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গৌৰীপুৰ মোলাতি খামাৰত গাঁৱৰ ঘৰ এজন বিবাহিত ল’ৰা আৰু সৰু এজনি কন্যা সন্তানৰ লগতে নিজ পত্নী সহ, নিজ ঘৰতে পৰিয়ালৰক এৰি যোৱা তিনি মাৰ্চ তাৰিখে /2026 ঘৰৰ পৰা ৰাতিপুৱাতে কাম কৰিবলৈ উলিয়াই গৈছিল বদিয়াল জামালৰ পুত্ৰ আনাৰুল হক (29) নিৰুদ্দেশ হৈ আছে । আনহাতে, নিৰুদ্দেশ হৈ থকা ঘটনাই পৰিয়ালৰ লোক সকলে লগতে ওচৰ চুবুৰীয়া চিন্তিত হৈ পৰিছে। উল্লেখযোগ্য যে , তাৰ পিছৰে পৰা তেখেতৰ কোনো খবৰ পোৱা হোৱা নাই। এই বিষয়ে গৌৰীপুৰ আৰক্ষী চকীত যোৱা ইং 3/04/2026 তাৰিখৰ পৰা নিৰুৰ্দ্দেশ হৈ আছে বুলি গৌৰীপুৰৰ আৰক্ষী চকীত GDE NO:-06. /2026 এখন লিখিত এজাহাৰ দিয়া হৈছে বুলি আৰক্ষীয়ে জনাইছে। দুৰ্ভুগীয়া পৰিয়ালৰটোক সহায়ৰ লগতে যুৱকজনৰ কোনোবা ব্যক্তি দেখা পাই , বা সন্ধান পায় , তেন্তে এই ফোন নম্বৰত 9365033309 যোগাযোগ কৰি জনাবলৈ আহবান গৌৰীপুৰ আৰক্ষীয়ে জনাইছে ।

RELATED ARTICLES
Lucknow
broken clouds
43.1 ° C
43.1 °
43.1 °
18 %
6.4kmh
84 %
Sun
40 °
Mon
45 °
Tue
45 °
Wed
46 °
Thu
47 °

Most Popular