29 C
New Delhi
Friday, August 21, 2026
spot_img
Homeঅসমতিনি দুধৰ্ষ আলফা ( স্বাধীন ) ৰ সদস্য ধৃত

তিনি দুধৰ্ষ আলফা ( স্বাধীন ) ৰ সদস্য ধৃত

তিনি দুধৰ্ষ আলফা ( স্বাধীন ) ৰ সদস্য ধৃত

দুৰ্নীতিৰ দৰ্পণ , চৰাইদেউ ২৫ এপ্ৰিল : নগালেণ্ডৰ মন জিলাৰ ভাৰত ম্যানমাৰ সীমান্ত দুৰ্ধৰ্ষ তিনি আলফা ( স্বাধীন ) ৰ সদস্য ৪২ নং অসম ৰাইফলচৰ হাতত ধৰা পৰে। মন জিলা ভাৰত ম্যানমাৰ সীমান্তত অৱস্থিত চেঙনুই বস্তিত ৪২ আসাম ৰাইফলছে আটক কৰে তিনিটা দুধৰ্ষ উগ্ৰপন্থীক। আটক কৰা আলফা সদস্য কেইজন হৈছে তেজপুৰৰ লেফটেনেণ্ট গজেন অসম, যোৰহাটৰ চাৰজেন্ট পোহৰ অসম আৰু গোলাঘাটৰ লেন্স কৰপৰেল ব্ৰজেন অসম। আটক কৰা আলফা সদস্য কেইজনৰ পৰা চাৰিটা গ্ৰেনেড উদ্ধাৰ কৰা হৈছে।

RELATED ARTICLES
Lucknow
overcast clouds
28 ° C
28 °
25.8 °
100 %
2.1kmh
96 %
Fri
36 °
Sat
35 °
Sun
31 °
Mon
34 °
Tue
33 °

Most Popular