31.1 C
New Delhi
Wednesday, May 6, 2026
spot_img
Homeঅসমনলবাৰীৰ মালিকুছিত জ্যোতিষ-জ্যোতি উন্মোচন

নলবাৰীৰ মালিকুছিত জ্যোতিষ-জ্যোতি উন্মোচন

নলবাৰীৰ মালিকুছিত জ্যোতিষ-জ্যোতি উন্মোচন

নলবাৰীৰ পৰা প্ৰনৱ ডেকা , নলবাৰীৰ মালিকুছিৰ প্ৰানেশ্বৰী বিবাহ ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ ৰমানাথ বৰুৱাই প্ৰয়াত জ্যোতিষ চক্ৰবৰ্তীৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষ্য প্ৰকাশিত জ্যোতিষ-জ্যোতি শীৰ্ষক স্মৃতি গ্ৰন্থৰ আনুষ্ঠানিক ভাবে উন্মোচন কৰে। জ্যোতিষ চক্ৰবৰ্তীৰ পৰিয়াল বৰ্গ তথা স্মৃতি গ্ৰন্থ সম্পাদনা সমিতিৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানটোত নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে গুৱাহাটী দূৰদৰ্শনৰ প্ৰাক্তন বিষয়া, তথ্যচিত্ৰ নিৰ্মাতা তথা নাট্যকাৰ বিভূ দত্ত আৰু দুদুলমনি শৰ্মাই আৰু অনুষ্ঠানৰ আৰম্ভণিত বন্তি প্ৰজ্বলন কৰে জ্যোতিষ চক্ৰবৰ্তীৰ সহপাঠী অঞ্জন কুমাৰ শৰ্মাই। এই অনুষ্ঠানটো বিশেষ ভাৱে জিপাল কৰি তুলে এক অন্তৰংগ আলাপ অনুষ্ঠানৰ জৰিয়তে । এই অন্তৰংগ আলাপ অনুষ্ঠানটোত জ্যোতিষ চক্ৰবৰ্তীৰ বহু কেইজন বন্ধু-বান্ধবে নিজৰ মনৰ ভাব প্ৰকাশ কৰে।

RELATED ARTICLES
Lucknow
haze
30 ° C
30 °
30 °
51 %
1.5kmh
40 %
Wed
36 °
Thu
38 °
Fri
40 °
Sat
41 °
Sun
41 °

Most Popular