29.2 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমসদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত মুনছেৰ আলীয়ে 90.2% শতাংশ নম্বৰেৰে উত্তীৰ্ণ...

সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত মুনছেৰ আলীয়ে 90.2% শতাংশ নম্বৰেৰে উত্তীৰ্ণ হৈ আজমল ছুপাৰ ৪০লৈ সুনাম

সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত মুনছেৰ আলীয়ে 90.2% শতাংশ নম্বৰেৰে উত্তীৰ্ণ হৈ আজমল ছুপাৰ ৪০লৈ সুনাম

ষ্টাফ ৰিপ’ৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ, বৰপেটা ঃ ২৮ এপ্ৰিল সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত মুনছেৰ আলীয়ে 90.2% শতাংশ নম্বৰেৰে উত্তীৰ্ণ হৈ আজমল ছুপাৰ ৪০লৈ সুনাম কঢ়িয়াই আনিছে। বৰপেটা জিলাৰ পাতলিকুছিৰ আমিৰ উদ্দিনৰ পুত্ৰ মুনছেৰ আলীয়ে 451 নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে, দৰিদ্ৰতাৰ প্ৰাচীৰ নেওচি সাধাৰণ ৰাজমিস্ত্ৰীৰ পুত্ৰই লাভ কৰিছে আজমল ছুপাৰ ৪০ সকলো সুবিধা। ফলাফল লাভ কৰি অত্যন্ত সুখী বুলি মন্তব্য কৰাৰ লগতে ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছে বুলি জানিবলৈ দিয়ে ছাত্ৰীগৰাকীয়ে ইয়াৰোপৰিও, আজমল ছুপাৰ ৪০ৰ আন এগৰাকী শিক্ষাৰ্থী শুহানা পাৰবীনে 90.4% শতাংশ নম্বৰ লাভ কৰি সুনাম কঢ়িয়াই আনিছে। এইবেলি আজমল ছুপাৰ ৪০ ৰ পৰা জাইদ ইকবালে 89.8% নম্বৰ, ৰবীয়াল আলীয়ে 89.8% নম্বৰ, ওৱাজ কুৰুণীয়ে 89.6% নম্বৰ, জয় হাজৰিকাই 89.0% নম্বৰ, নাইমা নাছৰীন 89.0% নম্বৰ, ৰুহুল আমিনে 88.8% নম্বৰ, মুছকান আফিয়া খানম 88.2% নম্বৰ, হাবিবা ফাৰজানা আহমেদ 87.8% নম্বৰ, জাবিৰ হুছেইন খান 87.4% নম্বৰ, আঞ্জুম শবনম 87.0% নম্বৰ, মেহেৰুল ইছলাম 86.4% নম্বৰ, সৌৰভ দাস 86.4% নম্বৰ, নুৰ জান্নাত আহমেদ 86.2% নম্বৰ, লিটন মণ্ডল 86.0% নম্বৰ, সাকিব আক্তাৰ আহমেদ 85.4% নম্বৰ, আনিছা আক্তাৰা 85.0%ই নম্বৰ আৰু ইয়াৰ উদ্দিনে 85.0% নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। আজমল ছুপাৰ ৪০ কৰ্তৃপক্ষই ভাল ফলাফল দেখুওৱা শিক্ষাৰ্থী সকলক সম্বৰ্ধনা জ্ঞাপন কৰে।

RELATED ARTICLES
Lucknow
overcast clouds
30 ° C
30 °
30 °
67 %
1.6kmh
95 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular