33.4 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমলাহৰিজানত নিষিদ্ধ গাঞ্জা জব্দ আটক এগৰাকী মহিলা সৰবৰাহকাৰী

লাহৰিজানত নিষিদ্ধ গাঞ্জা জব্দ আটক এগৰাকী মহিলা সৰবৰাহকাৰী

খটখটী আৰক্ষীৰ বৃহৎ সফলতা
প্ৰায় এগৰাকী মহিলাৰ পৰা ৩ কেজি ৩৬ গ্ৰাম নিষিদ্ধ গাঞ্জাৰ সৈতে ৬৬২০০ টকা নগধ ধন জব্দ

দুৰ্নীতিৰ দৰ্পণ মইনুল হুছেইন ওঝা সংবাদদাতা খটখটী ২ মে আজি শনিবাৰে আবেলি ৪ বজাত খটখটী এলেকা লাহৰিজান লাইন হোটেল কাষত ভাৰাটীয়া ঘৰত খটখটী আৰক্ষীয়ে গোপন খবৰৰ ভিৰ্তিত খটখটী থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সূৰ্য বৰা নেতৃত্বত উপ”পৰিদৰ্শক দেৱাসীস বৰা প্ৰিয়ংকা বৰদলৈ থানা ষ্টাপৰ সহযোগত এগৰাকী মহিলা ঘৰত অভিযান চলাই প্ৰায় ৯৭ পেকেটত প্ৰায় ৩ কেজি ৩৬ গ্ৰাম নিষিদ্ধ গাঞ্জা লগতে নগধ ধন ৬৬২০০ টকা জব্দ কৰে খটখটী আৰক্ষীয়ে । নিষিদ্ধ গাঞ্জা সৰবৰাহকাৰী জনী ক্ৰমে কাৰ্বি আংলং জিলাৰ লাহৰিজান নতুন বস্থিৰ মৃত লক্ষন সৰকাৰৰ পত্নী উমা দেৱীক আটক কৰি তদন্ত অব্যাহত ৰাখিছে খটখটী আৰক্ষীয়ে ।

RELATED ARTICLES
Lucknow
overcast clouds
32.4 ° C
32.4 °
32.4 °
58 %
0.8kmh
97 %
Tue
36 °
Wed
37 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular