30.7 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমচেন্নাইত মৃত্যু হোৱা ধিংৰ দ্ৰৰীন্দ্ৰ শইকীয়াৰ মৃতদেহ ‘শ্ৰদ্ধাঞ্জলী আঁচনি’ৰে গৃহলৈ আনিলে, পৰিয়ালৰ...

চেন্নাইত মৃত্যু হোৱা ধিংৰ দ্ৰৰীন্দ্ৰ শইকীয়াৰ মৃতদেহ ‘শ্ৰদ্ধাঞ্জলী আঁচনি’ৰে গৃহলৈ আনিলে, পৰিয়ালৰ কৃতজ্ঞতা প্ৰকাশ

চেন্নাইত মৃত্যু হোৱা ধিংৰ দ্ৰৰীন্দ্ৰ শইকীয়াৰ মৃতদেহ ‘শ্ৰদ্ধাঞ্জলী আঁচনি’ৰে গৃহলৈ আনিলে, পৰিয়ালৰ কৃতজ্ঞতা প্ৰকাশ

দুৰ্নীতিৰ দৰ্পণ, আনাৰুল হক, টুকটুকী, ৫ মে’: নগাঁও জিলাৰ ধিং থানাৰ অন্তৰ্গত বৰভেটী গাঁৱৰ নিবাসী স্বৰ্গীয় হেমৰাম শইকীয়াৰ পুত্ৰ দ্ৰৰীন্দ্ৰ শইকীয়া (৫২) কৰ্মসূত্ৰে তামিলনাডুৰ চেন্নাইত কৰ্মৰত আছিল। যোৱা ২ মে’, ২০২৬ তাৰিখে তেওঁ উচ্চ ৰক্ত চাপ জনিতত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে। পৰৱৰ্তী সময়ত অসম চৰকাৰৰ বিনামূলীয়া “শ্ৰদ্ধাঞ্জলী আঁচনি”ৰ অধীনত আৰু “আছাম ভইচ কনভাৰচেন” নামৰ সংগঠনৰ সহায়ত মৃতদেহটো সজতনে নিজ বাসগৃহলৈ অনা হয়। আজি সংগঠনটোৰ পূৰ্ণ সহযোগিতা আৰু চৰকাৰৰ ব্যৱস্থাপনাত মৃতদেহটো পৰিয়ালৰ হাতত সমৰ্পণ কৰা হয়। এই মানবীয় পদক্ষেপৰ বাবে মৃতকৰ পৰিয়ালবৰ্গ, গাঁওবাসী আৰু গাঁও প্ৰধানেও সংগঠনটোৰ লগতে অসম চৰকাৰক তথা আছাম ভইচ কননভাৰেচন নামৰ সংগঠনটোক ধন্যবাদ জ্ঞাপন কৰিছে।

RELATED ARTICLES
Lucknow
overcast clouds
28.2 ° C
28.2 °
28.2 °
76 %
2.1kmh
97 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
34 °
Sat
34 °

Most Popular