29.2 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমহোজাই জিলাৰ নৱ নিৰ্বাচিত বিধায়ক শিলাদিত্য দেৱক সম্বধৰ্ণা অনুষ্ঠান

হোজাই জিলাৰ নৱ নিৰ্বাচিত বিধায়ক শিলাদিত্য দেৱক সম্বধৰ্ণা অনুষ্ঠান

হোজাই জিলাৰ নৱ নিৰ্বাচিত বিধায়ক শিলাদিত্য দেৱক সম্বধৰ্ণা অনুষ্ঠান
দুৰ্নীতিৰ দৰ্পণ, হোজাই, ১৭ মে : যোৱা দেওবাৰৰ দিনা পোৱা ১০ বজাত বাঙালী পৰিষদ, অসমৰ মুখ্য উপদেষ্টা শ্ৰীযুত শিলাদিত্য দেৱক হোজাই সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় । এই সম্বৰ্ধনা অনুষ্ঠানত হোজাই জিলাৰ বাঙালী পৰিষদৰ কাৰ্যকৰ্তা সকলে শিলাদিত্য দেৱক গামোচা,জাপি, চেলেং,মান পত্ৰৰ লগতে হিন্দু সনাতনী ধৰ্মৰ বিভিন্ন দেব দেবীৰ ফটো প্ৰদান কৰে। সদৌ শেষত বিধায়কে হোজাই জিলাৰ বাঙালী পৰিষদৰ সভাপতি, সম্পাদক আৰু বিভিন্ন কায্যকৰ্তাক এখনি ফুলাম গামোচাৰে সম্মানিত কৰে । বিধায়কে বাঙালী পৰিষদৰ উন্নতি হকে ভাষণ প্ৰদানৰ লগতে সভা ভঙ্গ ঘোষণা কৰে।

RELATED ARTICLES
Lucknow
overcast clouds
30 ° C
30 °
30 °
67 %
1.6kmh
95 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular