39.7 C
New Delhi
Wednesday, June 3, 2026
spot_img
Homeঅসমডিলাই নাহৰজানত অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ

ডিলাই নাহৰজানত অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ

ডিলাই নাহৰজানত অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ

দুৰ্নীতিৰ দৰ্পণ মইনুল হুছেইন ওঝা খটখটী সংবাদদাতা ২২ মে-: আজি ডিলাই থানা এলেকাৰ নাহৰজান টোল গেটৰ কাষত NH-29 ৰ পৰা এটা অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ কৰে ডিলাই আৰক্ষীয়ে। ডিলাই আৰক্ষীৰ সুত্ৰে জানিব পৰা মতে, প্ৰাথমিক অনুসন্ধানত স্থানীয় এজন ব্যক্তিৰ পৰা পোৱা তথ্য অনুসৰি মৃত ব্যক্তিজন বিগত দুমাহ ধৰি উক্ত অঞ্চলত ঘূৰি ফুৰি আছিল আৰু তেওঁ মানসিকভাৱে অসুস্থ বুলি স্থানীয় লোকে সন্দেহ কৰিছিল।
বৰ্তমান আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি বোকাজান ধণ্ডাধীশৰ হতুৱাই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। লগতে মৃতদেহটো চিনাক্তকৰণৰ উদ্দেশ্যে ৭২ ঘণ্টালৈ মৰ্গত সংৰক্ষণ কৰি ৰখা হ’ব বুলি আৰক্ষীৰ সুত্ৰে প্ৰকাশ।

RELATED ARTICLES
Lucknow
broken clouds
36.9 ° C
36.9 °
36.9 °
24 %
5.4kmh
59 %
Wed
39 °
Thu
43 °
Fri
43 °
Sat
43 °
Sun
44 °

Most Popular