35.2 C
New Delhi
Saturday, June 13, 2026
spot_img
Homeঅসমশ্ৰীমন্ত শংকৰদেৱ সংঘৰ ‌৫৩৮ সংখ্যক মাধৱদেৱৰ জন্ম জয়ন্তী উদযাপন

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ‌৫৩৮ সংখ্যক মাধৱদেৱৰ জন্ম জয়ন্তী উদযাপন

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ‌৫৩৮ সংখ্যক মাধৱদেৱৰ জন্ম জয়ন্তী উদযাপন
দুৰ্নীতি দৰ্পণ, দুলাল চন্দ্ৰ ফুকন, ০৩ জুন ২০২৬ চুঙাজান (গোলাঘাট) শ্ৰীমন্ত শঙ্কৰ দেৱ সঙ্ঘৰ নামঘৰে নামঘৰে শিশু সকলৰ শাৰীৰিক মানশিক আধ্যাত্মিক উৎকৰ্ষ সাধনৰ উদ্দেশ্যে বিভিন্ন কুইজ কবিতা আবৃত্তি শঙ্কৰী নৃত্যগীত আদিৰে দিনযোৰা কায্য সূচীৰে ৫৩৮ সংখ্যক শ্ৰীশ্ৰীমাধব দেৱ মহাপুৰুষ জনাৰ জন্ম জয়ন্তী ভাগি উদ্জাপন কৰে৷ শ্ৰীমন্ত শঙ্কৰ দেৱ সঙ্ঘৰ ধনশিৰি জিলা শাখাৰ মণিকাঞ্চন প্ৰাথমিক শাখাইও দিন যোৰা কাৰ্য্য সূচীৰে উদ্জাপন কৰে ৷ ধৰ্মধজ্বা উত্তোলন কৰে সভাপতি শ্ৰী ৰিষেশ্বৰ শইকীয় বাপ জনাই নাম প্ৰসঙ্গ শ্ৰী জীৱন চেতিয়া বাপ জনাই বিভিন্ন গীত মাত কবিতা প্ৰাৰ্থনা নৃত্য আদিত শ্ৰী নাৰায়ণ বৰাই পৰিচালনা কৰে৷ প্ৰাথমিক শাখাৰ সকলো সঙ্গীয়ে যোগদান কৰে বুলি উদ্যোগতা সকলে জানিবলৈ দিয়ে৷ সকলো শিশুকে উৎসাহ মূলক ভাবে বহী কলম আদি আগ বঢ়ায় বুলি জানিবলৈ দিয়ে৷

RELATED ARTICLES
Lucknow
few clouds
39.1 ° C
39.1 °
39.1 °
24 %
2.1kmh
11 %
Sat
42 °
Sun
43 °
Mon
44 °
Tue
45 °
Wed
44 °

Most Popular