40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমউত্তৰ গুৱাহাটীৰ অশ্বকলান্ত দেৱালয়ত অশোকাষ্টমী , অশোকষ্টমীত জুবিন গাৰ্গৰ পিণ্ডদান।

উত্তৰ গুৱাহাটীৰ অশ্বকলান্ত দেৱালয়ত অশোকাষ্টমী , অশোকষ্টমীত জুবিন গাৰ্গৰ পিণ্ডদান।

উত্তৰ গুৱাহাটীৰ অশ্বকলান্ত দেৱালয়ত অশোকাষ্টমী , অশোকষ্টমীত জুবিন গাৰ্গৰ পিণ্ডদান।

আজি অশোকাষ্টমী । চ’ত মাহৰ শুক্ল অষ্টমী তিথিত অশোকাষ্টমী পালন কৰা হয়। ইয়াৰ উপলক্ষে ঐতিহ্যমণ্ডিত উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত দেৱালয়ৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অশোকাষ্টমীৰ আয়োজন কৰা হৈছে। আজিৰ দিনটোতে মৃতকৰ অস্থি , পিণ্ডদান কৰিলে স্বৰ্গপ্ৰাপ্তি লাভ কৰে বুলি ধৰ্মীয় বিশ্বাস চলি আহিছে। আজি পুৱাই অশ্বক্লান্ত দেৱালয়ৰ বিষ্ণু কুণ্ডত জুবিন গাৰ্গৰ পিণ্ডদান কৰা হয়। জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ আৰু ভাতৃ অৰুণ গাৰ্গে বিষ্ণুপদত পিণ্ডদান কৰি মহান শিল্পী অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আত্মাৰ শান্তি আৰু মূখ্যস্থান প্ৰাপ্তিৰ কামনা কৰে । – পঙ্কজ নাথৰ ৰিপৰ্ট ।

RELATED ARTICLES
Lucknow
broken clouds
40 ° C
40 °
40 °
22 %
4.7kmh
74 %
Sun
40 °
Mon
44 °
Tue
44 °
Wed
45 °
Thu
45 °

Most Popular