40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমনিৰ্বাচনৰ প্ৰাক মুহুত্বত খটখটী এছ বি আই নাকা তালাচীত দুখন বাহনত নিষিদ্ধ...

নিৰ্বাচনৰ প্ৰাক মুহুত্বত খটখটী এছ বি আই নাকা তালাচীত দুখন বাহনত নিষিদ্ধ কানী সহ তিনিজন সৰবৰাহকাৰী আটক

নিৰ্বাচনৰ প্ৰাক মুহুত্বত খটখটী এছ বি আই নাকা তালাচীত দুখন বাহনত নিষিদ্ধ কানী সহ তিনিজন সৰবৰাহকাৰী আটক

প্ৰায় এক কোটি দহ লাখ টকা নিষিদ্ধ কানী জব্দ কৰে খটখটী আৰক্ষীয়ে

দুৰ্নীতিৰ দৰ্পণ খটখটী সংবাদদাতা ২৫ মাৰ্চ :- আজি বুধবাৰে দুপৰীয়া বোকাজান মহকুমাৰ অন্তৰ্গত খটখটী এছ বি আই নাকা তালাচীত দুখন বাহনত নিষিদ্ধ কানী সহ তিনিজন সৰবৰাহকাৰী আটক। খটখটী আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত খটখটী অচি সূৰ্য কুমাৰ বৰাৰ নেতৃত্বত খটখটী থানা এছ আই দেবাসীস বৰা ,গোবিন কাকুতী, প্ৰিয়ংকা বৰদলৈ, অমৰজ্যোতি গগৈ
, থানা ষ্টাপৰ সহযোগত ডিমাপুৰ দিশৰ পৰা বোকাজান দিশে গৈ দুখন চাৰিচকীয়া বাহন পঞ্জীয়ণ নং AS- 09- E – 0647 AI 20 আনখন হৈছে AS- 09-J- 48 04 Tata Nexon তালাচী চলোৱাত বাহন খনৰ পৰা দুয়ো চাইড ৰানিং বোৰ্ডৰ পৰা কলা কাপোৰে মেৰুৱা ২২ পেকেটত প্ৰায় ২২ কেজি দুশ ৮৮ গ্ৰাম নিষিদ্ধ কানী জব্দ কৰে । খটখটী আৰক্ষীয়ে ক্ৰমে , জাকিৰ হুছেইন, পিতা- নুৰ হুছেইন, ঠিকনা- ডিমাৰুগুৰি, থানাঃ আৰু জিলাঃ নগাঁও সদৰ, অসম আফতাৰ হুছেইন, পিতা- নুৰ হুছেইন, ঠিকনা- নতুন পানীগাঁও, থানাঃ আৰু জিলাঃ নগাঁও, অসম
সঞ্জীৱ ৰাউশন, পিতা- চান্দেশ্বৰ গিৰি, ঠিকনা- পদুমন চাপৰা, থানাঃ কেসাৰিয়া, জিলাঃ পূৰ্ব চম্পাৰণ, বিহাৰ তিনিজন সৰবৰাহকাৰীক আটক কৰে খটখটী আৰক্ষীয়ে ।নিষিদ্ধ কানী খিনি খটখটী আৰক্ষীয়ে বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তম ৰাজ ব্ৰক্ষ্ম আৰু নিৰপেক্ষ সাক্ষী গনৰ সাখ্যাতে জব্দ কৰে । খটখটী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

RELATED ARTICLES
Lucknow
broken clouds
40 ° C
40 °
40 °
22 %
4.7kmh
74 %
Sun
40 °
Mon
44 °
Tue
44 °
Wed
45 °
Thu
45 °

Most Popular