40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমচাপৰৰ বহলপুৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ এখন গৰু ভৰ্তি ট্ৰাক

চাপৰৰ বহলপুৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ এখন গৰু ভৰ্তি ট্ৰাক

চাপৰৰ বহলপুৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ এখন গৰু ভৰ্তি ট্ৰাক
চাপৰ – চাপৰৰ বহলপুৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ এখন গৰু ভৰ্তি ট্ৰাক। জব্দ প্ৰায় ৪০ টা চোৰাং গৰু। আটক ট্ৰাক খনৰ চালক এনামুল হক। চাপৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু মনি চৌধুৰীৰ নেতৃত্বত বহলপুৰ স্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাই পথত এক অভিযান চলাই এখন ট্ৰাক ভৰ্তি চোৰাং গৰু জব্দ কৰে। জব্দ কৃত ট্ৰাক খনৰ নম্বৰ হৈছে WB69D 2794 । চাপৰ আৰক্ষীয়ে আটকাধীন উক্ত গাড়ীখনৰ চালক এনামুল হকক সোধপোচ অব্যাহত ৰাখিছে।

RELATED ARTICLES
Lucknow
broken clouds
40 ° C
40 °
40 °
22 %
4.7kmh
74 %
Sun
40 °
Mon
44 °
Tue
44 °
Wed
45 °
Thu
45 °

Most Popular