39.1 C
New Delhi
Wednesday, June 3, 2026
spot_img
Homeঅসমচাহ মজদুৰ সংঘ ত্যাগ কৰি বিচি এম এছত যোগদান

চাহ মজদুৰ সংঘ ত্যাগ কৰি বিচি এম এছত যোগদান

চাহ মজদুৰ সংঘ ত্যাগ কৰি বিচি এম এছত যোগদান
দুৰ্নীতিৰ দৰ্পণ, সোনাৰি, 25 মে: চাহ মজদুৰ সংঘ ত্যাগ কৰি ভাৰতীয় চাহ মজদুৰ সংঘ চমুকৈ বিচিএমএছত যোগদান কৰিলে চৰাইদেউ জিলাৰ টিঙালীবাম চাহ বাগিছা গোটৰ চাহ মজদুৰ সংঘ বাগিছা গোটৰ সম্পাদক চচীন ভক্তৰ । চাহ জনজাতীয় আদিবাসী বাগানৰ শ্ৰমিকৰ দ্বাৰা প্ৰচালিত শ্ৰমিক সংগঠণ অসম চাহ মজদুৰ সংঘ কাম কাজ ক্ষেত্ৰত সংঘৰ কোনো সহাঁৰী তথা শীৰ্ষ নেতৃত্বৰ সহযোগিতা নোপোৱাৰ ফলত টিঙালীবাম বাগিছাৰ অসম চাহ মজদুৰ সৎঘৰ প্ৰাথমিক গোটৰ সম্পাদকৰ পদ ত্যাগ কৰি বাগিছাখনত অনুষ্টিত হোৱা ভাৰতীয় চাহ মজদুৰ সৎঘ সোনাৰি শাখাৰ সভাপতি অনিল দাস আৰু ভাৰপ্ৰাপ্ত সম্পাদক অনুপ চাচনিৰ উপস্থিতিত যোগদান কৰে আৰু সভাৰ সন্মতিক্ৰমে নৱ নিৰ্বাঢিত BCMS টিঙালীবাম উনিয়ন গোটৰ সম্পাদকৰ দায়ত্ব অৰ্পন কৰে । আৰু সভাখনত শশ সমৰ্থকে চচীন ভক্তৰ সৈতে একেখন অনুষ্ঠানত যোগদান কৰি শ্ৰমিক প্ৰাপ্য অধিকাৰ হকে কাম কৰাৰ আশা প্ৰকাশ কৰে স্নানীয় লোকে।

RELATED ARTICLES
Lucknow
scattered clouds
36.5 ° C
36.5 °
36.5 °
25 %
3.8kmh
49 %
Wed
36 °
Thu
42 °
Fri
43 °
Sat
42 °
Sun
44 °

Most Popular