29.7 C
New Delhi
Friday, July 31, 2026
spot_img
Homeঅসমডবকাত বন বিভাগৰ বৃহৎ অভিযান , কাঠফলা মেচিন জব্দ

ডবকাত বন বিভাগৰ বৃহৎ অভিযান , কাঠফলা মেচিন জব্দ

ডবকাত বন বিভাগৰ বৃহৎ অভিযান , কাঠফলা মেচিন জব্দ

নীলবাগানৰ পৰা মো: ইছমাইল আলী খান , ২২ এপ্ৰিলঃ নিশা এক গোপন খবৰ ভিত্তিত হোজাই দক্ষিণ সংমণ্ডল বন বিষয়া নয়নজ্যোতি ৰাজবংশীৰ নেতৃত্বত হোজাই বন পালক বিষয়া উৎপল ডেকা আৰু ডবকা আঞ্চলিক বন বিষয়া ময়ূৰাক্ষ ভৰদ্বাজৰ যৌথ অভিযানত চৌধুৰীবজাৰ মাৰ্জং পথাৰ গাৱৰ পৰা অবৈধভাৱে চলি থকা কাঠফলা মেচিন সহ বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়৷ অভিযান কালত বনদস্যু সকলে বন বিভাগৰ লোক অহাৰ উমান পাই পলায়ন কৰে, যদিও কোনো লোকক আটক কৰিব পৰা নাই বন বিভাগৰ লোকে৷ বনাঞ্চল সুৰক্ষাৰ স্বাৰ্থত বন বিভাগৰ এই সফল অভিযানক হোজাইৰ সচেতন মহলৰ লগতে বিভিন্ন দল-সংগঠন আৰু প্ৰকৃতি প্ৰেমী ৰাইজে আদৰনি জনোৱাৰ লগতে বনদস্যু সকলৰ ওপৰত আইনীভাৱে বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে৷ উল্লেখ্য যে বন বিভাগৰ এই অভিযানে বনদস্যু সকলৰ বাবে ই এক প্ৰচণ্ড আঘাত বুলি কব লাগিব৷

RELATED ARTICLES
Lucknow
overcast clouds
28.1 ° C
28.1 °
28.1 °
79 %
6.3kmh
97 %
Fri
34 °
Sat
36 °
Sun
35 °
Mon
31 °
Tue
28 °

Most Popular