36.3 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমডিমৌ সমীপৰ নাহৰণি মেঘা চাহ বাগিচাত পিঞ্জৰাবদ্ধ নাহৰ ফুটুকী বাঘ , পুৱাতেই...

ডিমৌ সমীপৰ নাহৰণি মেঘা চাহ বাগিচাত পিঞ্জৰাবদ্ধ নাহৰ ফুটুকী বাঘ , পুৱাতেই বাঘ চাবলৈ ভিৰ কৰিলে শতাধিক স্থানীয় ৰাইজ

ডিমৌ সমীপৰ নাহৰণি মেঘা চাহ বাগিচাত পিঞ্জৰাবদ্ধ নাহৰ ফুটুকী বাঘ , পুৱাতেই বাঘ চাবলৈ ভিৰ কৰিলে শতাধিক স্থানীয় ৰাইজ

ডিমৌ:১৫মে, ডিমৌ সমীপৰ নাহৰণি মেঘা চাহ বাগিচাত এটা প্ৰকাণ্ড নাহৰ ফুটুকী বাঘ পিঞ্জৰাবদ্ধ কৰা হয়।বহু দিনৰ পৰাই অঞ্চলটোৰ ৰাইজে চাহ বাগিচা খনত বিভিন্ন সময়ত বহু লোকৰ বাঘটো দৃষ্টিগোচৰ হৈছিল। কালি নিশা বন বিভাগে স্থাপন কৰা পিঞ্জৰাত আৱদ্ধ হয় নাহৰফুটুকীটো৷ বাঘৰ মুক্ত বিচৰণত মেঘা বাগিচাৰ ৰাইজ আতংকিত হৈ থকাৰ মাজতে খোৱাং বন খণ্ড কাৰ্যালয়ে বাগিচাখনত ছাগলী টোপ হিচাপে দি  পিঞ্জৰাটো স্থাপন কৰিছিল। পিঞ্জৰাত বাঘ আৱদ্ধ হোৱাৰ খবৰ আজি পুৱা বিয়পি পৰাৰ লগে লগে বাঘ চাবলৈ অগণিত লোকৰ আগমন হয় বাগিচাখনলৈ৷ বাগিচাখনত উপস্থিত হোৱা বন বিভাগৰ লোকে বাঘটোৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে।

RELATED ARTICLES
Lucknow
overcast clouds
34.8 ° C
34.8 °
34.8 °
43 %
4.6kmh
97 %
Wed
35 °
Thu
36 °
Fri
34 °
Sat
35 °
Sun
35 °

Most Popular