40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমনলবাৰী চহৰত গৌৰৱ গগৈৰ বৃহৎ ৰেলী , কংগ্ৰেছ মিত্ৰজোটৰ প্ৰাৰ্থী অশোক শৰ্মাক...

নলবাৰী চহৰত গৌৰৱ গগৈৰ বৃহৎ ৰেলী , কংগ্ৰেছ মিত্ৰজোটৰ প্ৰাৰ্থী অশোক শৰ্মাক লৈ গৌৰৱ গগৈৰ ৰেলী , কেবা সহস্ৰাধিক কৰ্মী সমৰ্থকে দিলে সংগ

নলবাৰী চহৰত গৌৰৱ গগৈৰ বৃহৎ ৰেলী , কংগ্ৰেছ মিত্ৰজোটৰ প্ৰাৰ্থী অশোক শৰ্মাক লৈ গৌৰৱ গগৈৰ ৰেলী , কেবা সহস্ৰাধিক কৰ্মী সমৰ্থকে দিলে সংগ

ষ্টাফৰিপোৰ্টাৰ , দুৰ্নীতিৰ দৰ্পন , ৫ এপ্ৰিলঃ- নলবাৰীত নলবাৰী সমষ্টিৰ বিৰোধী ঐক্যৰ মনোনীত প্ৰাৰ্থী অশোক শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে এক বৃহৎ পদযাত্ৰাত অংশ গ্ৰহণ কৰে সাংসদ তথা বিৰোধী ঐক্যৰ নেতা গৌৰৱ গগৈয়ে।আবেলি তিনি বজাৰ পৰা আৰম্ভ হোৱা দীঘলীয়া ৰোড শ্ব’ ধমধমা বাছ আস্থানৰ পৰা হৰি মন্দিৰ হৈ‌ বাটা চ’কৰে‌ নলবাৰী নাট্য মন্দিৰ,থানা চ’ক,হাজো-, নলবাৰী পথেৰে চ’ক বজাৰত সামৰণি মৰা হয়। ৰোড শ্ব’ অংশ লোৱ হোজাৰ- হেজাৰ সমৰ্থক -ভোটাৰে কংগ্ৰেছ জিন্দাবাদ, গৌৰৱ গগৈ জিন্দাবাদ, অশোক শৰ্মা জিন্দাবাদ‌ আদি ধ্বনি দি পৰিৱেশ মুখৰিত কৰি তোলে। দীঘলীয়া ৰোড শ্ব’ মিচিল আগুৱাই যাই হাজো -নলবাৰী প্ৰথেৰে। আবেলি প্ৰায় ৫.৩০ বজাত‌ চ’ক বজাৰত সামৰণি পৰে প্ৰায় তিনি ঘণ্টা জোৰা ৰোড শ্ব’। পুৰুষ -মহিলা, জ্যেষ্ঠ নাগৰিকে ধৰি কেইবা হেজাৰ‌ লোক অংশ লোৱা উক্ত ৰোড শ্ব’ই কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰত ইতিবাচক ব্যাপক প্ৰভাৱ পোলোৱা পৰিলক্ষিত হয়। ৰোড শ্ব’ত অংশ লয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতা,প্ৰভাৰী ভূপেশ বাঘেলা, নলবাৰী সমষ্টিৰ প্ৰাৰ্থী অশোক শৰ্মা, জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি দিব্যজ্যোতি হালৈকে ধৰি কংগ্ৰেছ,এজেপি,‌চি টি আই (এম)ল দলৰ বহু কেইগৰাকী নেতাই।

RELATED ARTICLES
Lucknow
broken clouds
40 ° C
40 °
40 °
22 %
4.7kmh
74 %
Sun
40 °
Mon
44 °
Tue
44 °
Wed
45 °
Thu
45 °

Most Popular