নিতাইপুখুৰী অসম গ্ৰামীণ বিকাশ বেংকত উত্তপ্ত পৰিস্থিতি
নেমূগুৰী পৰা চিউ কুমাৰ চৌহান, দুৰ্নীতিৰ দৰ্পন, ১০ মাৰ্চ- আজি পুৱাই শিৱসাগৰ জিলাৰ নিতাইপু্খুৰীত শতাধিক মহিলাই অসম গ্ৰামীণ বিকাশ বেংক ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে৷ জানিব পৰা মতে এমাহ পূৰ্বে বেংকত জমা দিয়া চেকৰ ধন আজি পৰ্যন্ত একাউণ্টত নোসোমোৱাত বঞ্চিত শ শ মহিলা উত্তেজিত হৈ পৰে৷ ইফালে বেংক কতৃৰ্পক্ষই মহিলাৰ ৰণচণ্ডী ৰূপ দেখি নিতাইপুখুৰী আৰক্ষীক খবৰ দিয়াত আৰক্ষী গৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যত্ন যদিও পৰিস্থিতি উত্তপ্ত হৈ আছে৷ বেংক কতৃৰ্পক্ষই মহিলাৰ প্ৰতিবাদৰপৰা ৰক্ষা পাবলৈ বেংকৰ দুৱাৰ বন্ধ কৰি দিয়াত বাহিৰতে শ শ মহিলাই ধৰ্ণা দিয়া পৰিলক্ষিত হৈছে৷
নিতাইপুখুৰী অসম গ্ৰামীণ বিকাশ বেংকত উত্তপ্ত পৰিস্থিতি
Lucknow
light rain
33.5
°
C
33.5
°
33.5
°
56 %
8.1kmh
98 %
Fri
34
°
Sat
36
°
Sun
36
°
Mon
30
°
Tue
32
°

