36.1 C
New Delhi
Thursday, April 16, 2026
spot_img
Homeঅসমনিৰ্বাচনৰ অন্তিম দিনা প্ৰচাৰ অভিযানত গোলকগঞ্জ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী কাৰ্তিক চন্দ্ৰ...

নিৰ্বাচনৰ অন্তিম দিনা প্ৰচাৰ অভিযানত গোলকগঞ্জ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী কাৰ্তিক চন্দ্ৰ ৰায় নিজৰ পত্নীৰ সমষ্টিৰ বাসী ৰাইজলৈ আহ্বান

নিৰ্বাচনৰ অন্তিম দিনা প্ৰচাৰ অভিযানত গোলকগঞ্জ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী কাৰ্তিক চন্দ্ৰ ৰায় নিজৰ পত্নীৰ সমষ্টিৰ বাসী ৰাইজলৈ আহ্বান

দুৰ্নীতিৰ দৰ্পন , গৌৰীপুৰৰ পৰা শেখৰ দাসৰ প্ৰতিবেদন:- নিৰ্বাচনৰ অন্তিম দিনা প্ৰচাৰ অভিযানত 6 নং গোলকগঞ্জ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী কাৰ্তিক চন্দ্ৰ ৰায় নিজৰ পত্নীৰ সমষ্টিৰ বাসী ৰাইজলৈ বিশেষ আহ্বান আহ্বান জনাইছে যে , 6 নং গোলকগঞ্জ বিধান সভাৰ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী কাৰ্তিক চন্দ্ৰ ৰায়ৰ হৈ নিজ পত্নী সৰলতা ৰায়ে সমষ্টি বাসীৰ ৰাইজৰ ওচৰত বিনম্ৰ ভাবে আবেদন প্ৰকাশ কৰিছে। তেখেতে কয় যে কাৰ্তিক চন্দ্ৰ ৰায় এজন সংগ্ৰামী ছাত্ৰ নেতাৰ লগতে তেওঁৰ স্বামী এজন সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ এগৰাকী উচ্চ পদস্থ বিষয়া থাকোঁতে নিজ জাতিৰ হৈ মাত মাতিব গৈ যোৱাৰ উপৰিও অসমৰ কোচ-ৰাজবশীৰ হৈ কেইবাৰো জেল-হাজত খাটিবলগীয়া হৈছিল। তথাপিও নিজৰ জাতিৰ লগতে সমগ্ৰ অঞ্চলৰ উন্নয়নৰ বাবে এই বেলি নিৰ্বাচিত হ’লে অসমৰ বিধানসভাৰ মজিয়াত সমষ্টিৰ উন্নতিৰ কাৰণে পৰিশ্ৰমৰ লগতে পবিত্ৰ সদনৰ মজিয়াত মাত মাতি নিজ সমষ্টিৰ উন্নতিৰ কাৰণে কাম কৰি যাবলৈ আজি প্ৰতিশ্ৰুতি আৰু দায়বদ্ধ বুলি উল্লেখ কৰে । উল্লেখযোগ্য যে , তেওঁ এগৰাকী জুবিন গাৰ্গৰ অনুৰাগী হোৱাৰ লগতে তেওঁ জুবিন গাৰ্গৰ হত্যাৰ ন্যায়িক তদন্তৰ দাবী জনাব বুলি উল্লেখ কৰাৰ লগতে পবিত্ৰ সদনৰ মজিয়াত এজন বিধায়ক হিচাপে দায়িত্ব পালন কৰাৰ লগতে চোকা নজৰ ৰাখিব বুলি উল্লেখ কৰে। তেখেতে এই বেলি কাৰ্তিক চন্দ্ৰ ৰায়ৰ হৈ প্ৰচাৰ অভিযানত দেখিবলৈ পাইছে ৰাইজৰ মাজত মাজত গোলকগঞ্জ সমষ্টিৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে উক্ত সমষ্টি বাসীৰ ভোটাৰ ৰাইজৰ ওচৰত কাতৰ আহ্বান জনাইছে যে , অহা আগন্তুক 9 এপ্ৰিলত হ’ব লগা ভোট কেন্দ্ৰত সকলো ধৰণৰ ৰাইজে জাতি, ধৰ্ম,নিৰ্বিশেষে এই বেলি 6 নং গোলজ্ঞনৰ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে কাৰ্তিক চন্দ্ৰ ৰায়ৰ হাতৰ ছবিত ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনাইছে ।

RELATED ARTICLES
Lucknow
haze
29 ° C
29 °
29 °
30 %
1kmh
6 %
Thu
32 °
Fri
42 °
Sat
45 °
Sun
45 °
Mon
44 °

Most Popular