39 C
New Delhi
Thursday, June 4, 2026
spot_img
Homeঅসমৰূপহীহাটত গ্ৰেপ্তাৰ ডকাইত

ৰূপহীহাটত গ্ৰেপ্তাৰ ডকাইত

ৰূপহীহাটত গ্ৰেপ্তাৰ ডকাইত

দুৰ্নীতিৰ দৰ্পণ, ৰূপহীহাট-১৬-এপ্ৰিল-ঃৰূপহীহাট আৰক্ষীয়ে য়োৱানিশা অভিযান চলায় এজন ডকাইত গ্ৰেপ্তাৰ কৰে৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইতজনৰ নাম মুকছিদুল ইছলাম ওৰফে মুশু৷ য়োৱা ৫ এপ্ৰিলৰ নিশা কাঠপাৰাত সংঘটিত হোৱা ভয়ংকৰ ডকাইতি কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড আছিল ধৃত ডকাইতটো৷ কাঠপাৰাৰ মোজাম্মিল হক চৌধুৰী নামৰ লোকজনৰ ঘৰত ১০-১২ জনীয়া ডকাইতৰ দলে চলাইছিল লুট-পাত৷ ৰাইজৰ প্ৰহাৰৰ বলি হৈ চিকিৎসালয়ত মৃত্যু হৈছিল তিনি ডকাইতৰ তাৰে কেইবাজনো ডকাইত ৰাইজৰ বেহু ফালি পলায়ন কৰিছিল৷ যোৱা সোমবাৰে একেটা ডকাইতি কাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত আমবাগান আৰক্ষীয়ে ইজাজুল হক নামৰ ডকাইতটোক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল৷ উক্ত ডকাইতি কাণ্ডত জড়িত থকাৰ অভিযোগত আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মুকছিদুলক জেল হাজোতলৈ প্ৰেৰণ কৰে৷

RELATED ARTICLES
Lucknow
few clouds
35.3 ° C
35.3 °
35.3 °
29 %
2.2kmh
18 %
Wed
34 °
Thu
42 °
Fri
43 °
Sat
42 °
Sun
44 °

Most Popular