29 C
New Delhi
Friday, August 21, 2026
spot_img
Homeঅসমবংশৰ ভৃঙ্গেশ্বৰ প্ৰাথমিক বিদ্যালয় প্ৰাক ৰঙালী বিহু উদযাপন

বংশৰ ভৃঙ্গেশ্বৰ প্ৰাথমিক বিদ্যালয় প্ৰাক ৰঙালী বিহু উদযাপন

বংশৰ ভৃঙ্গেশ্বৰ প্ৰাথমিক বিদ্যালয় প্ৰাক ৰঙালী বিহু উদযাপন

ষ্টাফ ৰিপৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ, হাজো ১৩ এপ্ৰিল-কামৰূপ জিলাৰ হাজো শিক্ষা খণ্ডৰ অধীনস্থ বংশৰ ভৃংগেশ্বৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত ৰঙালী বিহু সম্পৰ্কে সজাগতা সৃষ্টিৰ মত সক্ষম উদ্দেশ্য আজি১৩ এপ্ৰিলত প্ৰাক ৰঙালী বিহু উদযাপন কৰা হয়৷ বংশৰ ভৃংগেশ্বৰ প্ৰাথমিক বিদ্যালয়ৰ খেল পথাৰত আয়োজিত প্ৰাক ৰঙালী বিহু উৎসৱ উদ্বোধন কৰে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি কন্দৰ্প বৈশ্যই৷ বংশৰ ভৃঙ্গেশ্বৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ইন্দ্ৰ কান্ত বৈশ্যই ছাত্ৰ -ছাত্ৰী সকলক বিহুৰ পৰাম্পৰা সম্পৰ্কে আৰু বাপতি সাহোন বিহু তিনিটিৰ তাৎপৰ্যপূৰ্ণ অসমীয়া জাতিটোক একতাৰ ডোলেৰে বান্ধি ৰখা বুলি কয়৷ প্ৰাক ৰঙালী বিহুত ছাত্ৰ -ছাত্ৰী সকলে বিহু নাচ পৰিবেশন কৰি সকলোকে আপ্লুত কৰে৷ বিদ্যালয় খনৰ শিক্ষাৰ্থী, শিক্ষক বৃন্দ মলয়া দাস, বিজয়া দাস, জিতুমণি বৈশ্য, ডলী ডেকা, অভিভাৱক -অভিভাৱিকা আৰু স্থানীয় ৰাইজ উপস্থিত থাকে৷

RELATED ARTICLES
Lucknow
overcast clouds
28 ° C
28 °
25.8 °
100 %
2.1kmh
96 %
Fri
36 °
Sat
35 °
Sun
31 °
Mon
34 °
Tue
33 °

Most Popular