29.3 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমমাজবাট বন বিভাগৰ অভিযানত কাঠৰ কুন্দা সহ টেক্টৰ জব্দ

মাজবাট বন বিভাগৰ অভিযানত কাঠৰ কুন্দা সহ টেক্টৰ জব্দ

মাজবাট বন বিভাগৰ অভিযানত কাঠৰ কুন্দা সহ টেক্টৰ জব্দ
দুৰ্নীতিৰ দৰ্পন, মাজবাট, ২৮ মাৰ্চ – ওদালগুৰি জিলাৰ মাজবাট আঞ্চলিক বন কাৰ্যালয়ৰ বন কৰ্মীৰ দলৰ অভিযানত কাঠৰ কুন্দা সহ টেক্টৰ জব্দ৷ ওদালগুৰি জিলা বন বিভাগৰ ডি এফ অ জয়ন্ত কুমাৰ ব্ৰহ্মৰ গোপন খৱৰৰ ভিত্তিত মাজবাট আঞ্চলিক বন বিভাগৰ বন কৰ্মীৰ দলে জিলা খনৰ ৰৌতা অঞ্চলত গোপনে চোৰাং কাঠ বিচাৰি চলায় অভিযান৷ বন কৰ্মীৰ উক্ত অভিয়ানত ৰৌতা ষ্টেচন ৰোডৰ পৰা কাঠৰ কুন্দা ভৰ্তি AS-01-DD-2543 নম্বৰৰ এখন টেক্টৰ জব্দ কৰি মাজবাটৰ বন কাৰ্যালয়ত লৈ আনে৷ জব্দ কৰা কাঠৰ কুন্দা খিনিত প্ৰায় ৭০ কেবি কাঠ থকা বুলি মাজবাট বন কাৰ্যালয়ৰ আই চি ৰেঞ্জাৰ মিণ্টু বড়োয়ে জানিবলৈ দিয়ে৷

RELATED ARTICLES
Lucknow
overcast clouds
29.4 ° C
29.4 °
29.4 °
74 %
3.7kmh
85 %
Wed
36 °
Thu
36 °
Fri
35 °
Sat
36 °
Sun
35 °

Most Popular