31 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমমেট্ৰিকত ছাত্ৰ আচিকৰ সফলতাত উৎফুল্ল আমিনগাওঁ‌ৰ চিলাবাসী-

মেট্ৰিকত ছাত্ৰ আচিকৰ সফলতাত উৎফুল্ল আমিনগাওঁ‌ৰ চিলাবাসী-

মেট্ৰিকত ছাত্ৰ আচিকৰ সফলতাত উৎফুল্ল আমিনগাওঁ‌ৰ চিলাবাসী-

দুৰ্নীতিৰ দৰ্পণ, খৰ্গেশ্বৰ নাথ, আমিনগাঁও, ১৩ এপ্ৰিল- কামৰূপৰ আমিনগাওঁ‌ সমীপবৰ্তী চিলাৰ বিশিষ্ট ব্যবসায়ী সমাজকৰ্মী ৰাজু আলী আৰু আচমা বেগমৰ সুযোগ্য সন্তান আচিক আলীয়ে শেহতীয়াকৈ ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত মেধাৰ বলত উজ্জ্বলি উঠিবলৈ সক্ষম হৈছে৷ চাংসাৰিস্থিত চেইণ্ট জেভিয়াৰ্চৰ পৰা পৰীক্ষাত অবতীৰ্ণ হোৱা আচিকে ৫ টাকৈ বিষয়ত লেটাৰ মাৰ্ক লাভ কৰি সৰ্বমুঠ ৪৮৬ নাম্বাৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হবলৈ সক্ষম হৈছে৷ ভবিষ্যতে লোকসেৱা আয়োগৰ বাবে সাজু হৈ দেশসেৱা কৰাৰ মন আচিকৰ৷ মেধাবী ছাত্ৰজনক উৎসাহ তথা আশীৰ্বাদ দিবলৈ ঘৰত অসংখ্য স্থানীয় লোকৰ সমাগম হোৱা পৰিলক্ষিত হয়৷

RELATED ARTICLES
Lucknow
light rain
33.1 ° C
33.1 °
33.1 °
58 %
3.7kmh
96 %
Tue
32 °
Wed
37 °
Thu
36 °
Fri
33 °
Sat
34 °

Most Popular