31.9 C
New Delhi
Friday, July 31, 2026
spot_img
Homeঅসমসদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উদ্যােগত অসম উন্নতি সভা কামৰূপ জিলা সমিতি...

সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উদ্যােগত অসম উন্নতি সভা কামৰূপ জিলা সমিতি গঠন

সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উদ্যােগত অসম উন্নতি সভা কামৰূপ জিলা সমিতি গঠন

দুৰ্নীতিৰ দৰ্পণ হাজো ১৬মে,সদৌ অসম ছাত্র সন্থাৰ ভাতৃ সংগঠন অসম উন্নতি সভা, কামৰূপ জিলা সমিতিৰ সভাপতি খগেন চন্দ্র হীৰাৰ সভাপতিত্বত আজি ৰঙিয়া শ্বহীদ ভৱনত অনুষ্ঠিত হয়। সভাত সদৌ অসম ছাত্র সন্থাৰ কাৰ্যালয় সম্পাদক ভৱজ্যোতি ডেকা, অসম উন্নতি সভাৰ উপ সভাপতি ডম্বৰু কলিতা, সদৌ কামৰূপ জিলা ছাত্র সন্থাৰ উপদেষ্টা গোলক ৰাজবংশী, ভাৰপ্ৰাপ্ত সভাপতি সুৰজিত কলিতা, সাধাৰণ সম্পাদক তৌফিকুৰ ৰহমানৰ উপস্থিতিত অসম উন্নতি সভাৰ অধীনস্থ কামৰূপ জিলা সমিতিখন নতুনকৈ গঠন কৰা হয়। সমিতি খনত খগেন চন্দ্র হীৰাক সভাপতি, মনোজ মেধীক উপ-সভাপতি ইমদাদুৰ ৰহমানক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰা হৈছে ইফালে অসম উন্নতি সভাৰ কেন্দ্রীয় সমিতিলৈ প্ৰতিনিধি হিচাপে ডম্বৰু কলিতা, ৰোহিনী কুমাৰ আৰু বিশেষ প্ৰতিনিধি হিচাপে মোহন মাধৱ বৰ্মন প্ৰেৰণ কৰা হয়।

RELATED ARTICLES
Lucknow
overcast clouds
30.4 ° C
30.4 °
30.4 °
64 %
5.8kmh
100 %
Thu
30 °
Fri
33 °
Sat
36 °
Sun
32 °
Mon
30 °

Most Popular