ৰূপহীহাটত পথ দুৰ্ঘটনাত আহত ১
দূৰ্নীতিৰ দৰ্পণ,আনজাৰ হুছেইন/ৰূফহীহাট-২-এপ্ৰিল-ঃৰূপহীহাটৰ কালিস্থানত আজি আবেলি এক পথ দুৰ্ঘটনা সংঘটিত হয়। এএছ-০২-এএন-৯৯২৯ নম্বৰৰ বাইক এখনক মাটি কঢ়িওৱা টেক্টৰে খুন্দিয়াই পথৰ মাজত পেলাই থৈ তীব্র বেগে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। টেক্টৰৰ খুন্দাত গুৰুতৰভাৱে আহত হয় বাইক আৰোহীজন। ৰাইজৰ তৎপৰতাত আহত লোকজনক অতি সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

