29 C
New Delhi
Friday, August 21, 2026
spot_img
Homeআমাৰ সাংবাদিকপ্রবীণ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্রবর্তীৰ মৃত্যুত শোক প্রকাশ 

প্রবীণ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্রবর্তীৰ মৃত্যুত শোক প্রকাশ 

প্রবীণ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্রবর্তীৰ মৃত্যুত শোক প্রকাশ 

শিলচৰ পিএনচি ২২ ফেব্ৰুৱাৰীঃ বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ মৃত্যুত  বৰাক উপত্যকা সাংবাদিক সন্থাই গভীৰ শোক প্ৰকাশ কৰিছে।

এক বিবৃতিত সংগঠনটোৰ সভাপতি ড০ হাৰাণ দে য়ে কয় যে চক্ৰৱৰ্তীৰ বিয়োগৰ লগে লগে এটা যুগৰ অন্ত পৰিল। ড° দেয়ে প্ৰয়াত চক্ৰৱৰ্তীৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে জ্যেষ্ঠ সাংবাদিক চক্ৰৱৰ্তী কেইবাখনো বাতৰি কাকতৰ সৈতে জড়িত আছিল আৰু অসম সাংবাদিক সন্থাৰ সভাপতি আছিল। আগতে তেওঁ উত্তৰ পূৰ্ব পৰিষদৰ আৰু ৰাজ্যিক তথ্য আৰু জনসংযোগৰ  সঞ্চালক হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।

RELATED ARTICLES
Lucknow
overcast clouds
28 ° C
28 °
25.8 °
100 %
2.1kmh
96 %
Fri
36 °
Sat
35 °
Sun
31 °
Mon
34 °
Tue
33 °

Most Popular