40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমমৰিগাঁও জিলা মহিলা যোগী সন্মিলনী উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস

মৰিগাঁও জিলা মহিলা যোগী সন্মিলনী উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস

মৰিগাঁও জিলা মহিলা যোগী সন্মিলনী উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস

দুৰ্নীতি দৰ্পন মৰিগাঁও চৰাইবাহী ৮ মাৰ্চ : মৰিগাঁও জিলা মহিলা যোগী সন্মিলনী উদ্যোগত মৰিগাঁও জিলা নাথযোগী যুৱ পৰিষদ চৰাইবাহী আঞ্চলিক নাথযোগী সন্মিলনী আৰু মহিলা সকলৰ সহযোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন সাংস্কৃতিক প্ৰকল্প নাথ মন্দিৰ প্ৰাঙ্গণ, চৰাইবাহীত পালন কৰা হয় । নাৰী অৱিহনে এখন সুস্থ সমাজৰ কল্পনাই কৰিব নোৱাৰি নাৰী সকলৰ ৰাজনৈতিক,সামাজিক,অৰ্থনৈতিক তথা সাংস্কৃতিক সৱলীকৰণ কৰাই হৈছে আজিৰ দিনটোৰ তাৎপৰ্য। *আজিৰ দিনত পুৰুষৰ সমানে সমানে নাৰী সমাজেও সকলো ক্ষেত্ৰতে খোজত খোজ মিলাই আগবাঢ়ি যাব পৰা হৈছে। নাৰী দিৱসৰ দিনাই মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা উপস্থিত থকা পোন্ধৰ গৰাকী আই‌ মাতৃক চৰাইবাহী নাথযোগী সন্মিলন আৰু মহিলা যোগী সন্মিলনে তেখেত সকলোলৈ এখনকৈ স্বজাতি গামোচা আৰু সম্বৰ্ধনা পত্ৰ প্ৰদান কৰা হয়। মৰিগাঁও লগতে এইদৰেই অসমৰ বিভিন্ন প্ৰান্তৰ মহিলা সকলে পুৰুষৰ সমানেই কৰ্ম কৰি নিজৰ লগতে সমাজখন আগবঢ়াই নিবলৈ চেষ্টা কৰিছে।

RELATED ARTICLES
Lucknow
overcast clouds
43.2 ° C
43.2 °
43.2 °
19 %
5.8kmh
88 %
Sun
43 °
Mon
45 °
Tue
45 °
Wed
46 °
Thu
47 °

Most Popular