33.4 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমহামিদাবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তথা কবি, লেখক জায়েদুল ইছলাম মোল্লা দেৱলৈ...

হামিদাবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তথা কবি, লেখক জায়েদুল ইছলাম মোল্লা দেৱলৈ গুৰু চৰিত বঁটা প্ৰদান

হামিদাবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তথা কবি, লেখক জায়েদুল ইছলাম মোল্লা দেৱলৈ গুৰু চৰিত বঁটা প্ৰদান

ধুবুৰী- যোৱা ২২ আৰু ২৩ মাৰ্চত দুদিনীয়া কাৰ্যসূচীৰে মহানগৰীৰ মাছখোৱা সাংস্কৃতিক প্রকল্পত অনুষ্ঠিত শিক্ষক প্রকাশন সংস্থা, অসমৰ গ্ৰন্থ উন্মোচন তথা বঁটা প্রদান অনুষ্ঠানত উক্ত সংস্থাই হামিদাবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তথা কবি, লেখক জায়েদুল ইছলাম মোল্লা মহোদয়লৈ গুৰু চৰিত বঁটা প্ৰদান কৰে। তেখেত শিক্ষকতাৰ উপৰিও বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছে । গীত-মাত-নৃত্য, কথা-কবিতাৰে ২২ আৰু ২৩ মাৰ্চত দুদিনীয়া কাৰ্যসূচীৰে মহানগৰীৰ মাছখোৱা সাংস্কৃতিক প্রকল্পত অনুষ্ঠিত শিক্ষক প্রকাশন সংস্থা, অসমৰ গ্ৰন্থ উন্মোচন তথা বঁটা প্রদান অনুষ্ঠানৰ সামৰণি পৰে।

RELATED ARTICLES
Lucknow
overcast clouds
32.4 ° C
32.4 °
32.4 °
58 %
0.8kmh
97 %
Tue
36 °
Wed
37 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular