33.2 C
New Delhi
Thursday, July 30, 2026
spot_img
Homeশেহতীয়া খবৰকান্ধুলীমাৰী আদৰ্শ জাতীয় বিদ্যালয়ত ৮৫% উত্তীৰ্ণ ফলাফল।

কান্ধুলীমাৰী আদৰ্শ জাতীয় বিদ্যালয়ত ৮৫% উত্তীৰ্ণ ফলাফল।

কান্ধুলীমাৰী আদৰ্শ জাতীয় বিদ্যালয়ত ৮৫% উত্তীৰ্ণ ফলাফল।

দুৰ্নীতিৰ দৰ্পণ, জাজৰি,১০ এপ্ৰিল: ধিঙৰ চৰ অঞ্চলস্থিত ১ নং কান্ধুলীমাৰী আদৰ্শ জাতীয় বিদ্যালয় (চিনিয়ৰ চেকেণ্ডাৰী) এইবাৰৰ মেট্ৰিক পৰীক্ষাৰ ফলাফলত উজলি উঠিছে। ঘোষণা কৰা ফলাফল অনুসাৰে বিদ্যালয়খনত মুঠ ৮৫ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে। এইবাৰ বিদ্যালয়খনৰ পৰা মুঠ ২৯ গৰাকী পৰীক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে ৭ গৰাকী প্ৰথম বিভাগ, ১৩ গৰাকী দ্বিতীয় বিভাগ আৰু ৬ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। এই সফলতাই বিদ্যালয়খনৰ লগতে বৃহত্তৰ চৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। শিক্ষক-অভিভাৱকৰ যত্ন আৰু ছাত্ৰ-ছাত্ৰীৰ অধ্যৱসায়ৰ ফলতেই এই সাফল্য লাভ হোৱা বুলি বিদ্যালয় কৰ্তৃপক্ষই প্ৰকাশ কৰে।

RELATED ARTICLES
Lucknow
overcast clouds
32.6 ° C
32.6 °
32.6 °
59 %
4.7kmh
86 %
Wed
32 °
Thu
34 °
Fri
33 °
Sat
36 °
Sun
35 °

Most Popular