37.3 C
New Delhi
Wednesday, June 17, 2026
spot_img
Homeঅসমসাংবাদিকৰ মৃত্যুত শোক সভা

সাংবাদিকৰ মৃত্যুত শোক সভা

সাংবাদিকৰ মৃত্যুত শোক সভা

শিলচৰ পি এন চি, ১২ এপ্ৰিলঃ বৰাক উপত্যকা সাংবাদিক সন্থাৰ সদস্যসকলে আজি শিলচৰত বৈঠকত মিলিত হৈ সংগঠনটোৰ কাৰ্যবাহী সদস্য বিশ্বনাথ চক্ৰৱৰ্তীৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে৷ বিভিন্ন বক্তাই প্ৰয়াত চক্ৰৱৰ্তীৰ জীৱনী আৰু সাংবাদিকতাৰ ক্ষেত্ৰলৈ তেওঁৰ অৱদানৰ বিষয়ে আলোচনা কৰে৷ বৰাক উপত্যকা সাংবাদিক সন্থাৰ সভাপতি ড০ হাৰাণ দেৰ সভাপতিত্বত অনুষ্ঠিত এই শোক সভাত ৰিতেন ভট্টাচাৰ্য, বিপ্লব পাল চক্ৰৱৰ্তী, জয় ৰায়, তনময় চক্ৰৱৰ্তী, প্ৰদীপ চন্দ্ৰ দাস আৰু সুবীৰ ভট্টাচাৰ্যই ভাষণ দিয়ে৷ সভাৰ শেষত বিদায়ী আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰি এক মিনিট মৌনতা অৱলম্বন কৰা হয়৷

RELATED ARTICLES
Lucknow
broken clouds
37.5 ° C
37.5 °
37.5 °
24 %
2.5kmh
53 %
Wed
41 °
Thu
44 °
Fri
44 °
Sat
46 °
Sun
45 °

Most Popular