31 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমসাংবাদিক প্ৰদীপ কুমাৰ সেনৰ (ট্টেকি)ৰ আনুষ্ঠানিক ভাৱে ৰাজু হুৱা শ্ৰদ্ধাঞ্জলি

সাংবাদিক প্ৰদীপ কুমাৰ সেনৰ (ট্টেকি)ৰ আনুষ্ঠানিক ভাৱে ৰাজু হুৱা শ্ৰদ্ধাঞ্জলি

সাংবাদিক প্ৰদীপ কুমাৰ সেনৰ (ট্টেকি)ৰ আনুষ্ঠানিক ভাৱে ৰাজু হুৱা শ্ৰদ্ধাঞ্জলি

বালাজানৰ পৰা হৃষিকেশ চক্ৰৱৰ্তী প্ৰতিবেদন: বালাজানত ধুবুৰী জিলাৰ জ্যেষ্ঠ সাংবাদিক প্ৰদীপ কুমাৰ সেনৰ (ট্টেকি)ৰ আনুষ্ঠানিক ভাৱে ৰাজুহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। নামনি অসমৰ সত্য, নিষ্ঠা, সংবাদদাতা প্ৰদীপ কুমাৰ সেন যোৱা 11/04/2026 তাৰিখে মূত্য হোৱাৰ ফলত ধুবুৰী জিলাৰ বালাজানত অঞ্চলত ৰাইজৰ মাজত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় । সেই উদ্দেশ্যেত বালাজানত সমূহ ধুবুৰী জিলাৰ সংবাদদাতাৰ লগতে বিশিষ্ট নাগৰিক আৰু একাংশ জনসাধাৰণে স্বৰ্গীয় সাংবাদিক প্ৰদীপ কুমাৰ সেন (ট্টেকি)ৰ আনুষ্ঠানিক ভাৱে তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি এক বিশাল ৰাইজৰ মাজত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয় । উক্ত অনুষ্ঠানত উপস্থিত থাকে আৰক্ষী চকীৰ নতুনকৈ কাৰ্যভাৰ গ্ৰহণ কৰা ভাৰপ্ৰাপ্ত বিষয়া এন্টনি কোচৰ লগতে হাৱাজানৰ গাওঁ পঞ্চায়তৰ সভাপতিৰ লগতে সমগ্ৰ অঞ্চলৰ ৰাইজে প্ৰদীপ কুমাৰ সেন (টেক্সি)ৰ ফটো সন্মুখত মোমবাতি, চাকি, লগাই প্ৰতি গৰাকী সচেতন নাগৰিকে এজন এজনকৈ ফুল হাতে, হাতে লৈ ফুলেৰে মৰ্যদাপূৰ্ণ মাল্যাৰ্পণ কৰে।

RELATED ARTICLES
Lucknow
light rain
33.1 ° C
33.1 °
33.1 °
58 %
3.7kmh
96 %
Tue
32 °
Wed
37 °
Thu
36 °
Fri
33 °
Sat
34 °

Most Popular