32.7 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমঐতিহ্য মণ্ডিত গৌৰীপুৰ চহৰৰ সুনাম কঢ়িয়াই আনিলে প্ৰসেনজিৎ সেনৰ পুত্ৰ পিউস সেনে

ঐতিহ্য মণ্ডিত গৌৰীপুৰ চহৰৰ সুনাম কঢ়িয়াই আনিলে প্ৰসেনজিৎ সেনৰ পুত্ৰ পিউস সেনে

ঐতিহ্য মণ্ডিত গৌৰীপুৰ চহৰৰ সুনাম কঢ়িয়াই আনিলে প্ৰসেনজিৎ সেনৰ পুত্ৰ পিউস সেনে

দুৰ্নীতিৰ দৰ্পণ, ধুবুৰী, ২৭ এপ্ৰিল ২৬ঃ ধুবুৰী জিলাৰ ঐতিহ্য মণ্ডিত গৌৰীপুৰ চহৰৰ ST. STEPHEN’S ENGLISH MEDIUM SCHOOL ৰ ছাত্ৰ আৰু গৌৰীপুৰ ৯ নং বাৰ্ডৰ পুৰণি চেনেমা হলৰ ওচৰত বাসিন্দা পিতা প্ৰসেনজিৎ সেন আৰু মাতৃ গীতিকা সেনৰ একমাত্ৰ পুত্ৰ পিয়ুস সেনে এইবেলি হাই স্কুল শিক্ষান্ত পৰীক্ষাত ST. STEPHEN’S ENGLISH MEDIUM SCHOOL ৰ পৰা ৮৬.১৬ শতাংশৰে ডিচনষ্টাসন নম্বৰ আনিবলৈ সক্ষম হৈছে।
আৰু ST. STEPHEN’S ENGLISH MEDIUM SCHOOL নামনি অসমৰ বঙাইগাঁও Division ৰ ভিতৰত এক সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। সেই হেতুকে পুত্ৰৰ এই সফল ফলাফলত পৃতৃই সমগ্ৰ ধুবুৰী গৌৰীপুৰবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছে।
এতিয়া ইয়াক লৈ সমগ্ৰ গৌৰীপুৰ অঞ্চলৰ স্থানীয় লোকৰ আনন্দত উৎফুল্লিত হৈছে। আৰু অঞ্চলবাসীৰ লগতে বিদ্যালয়ৰ পৰা উজ্জ্বল ভবিষ্যত কামনা কৰিছে।

RELATED ARTICLES
Lucknow
light rain
33.7 ° C
33.7 °
33.7 °
53 %
3.5kmh
49 %
Tue
35 °
Wed
37 °
Thu
36 °
Fri
33 °
Sat
34 °

Most Popular