29.2 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমগোলাঘাটত ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ বজ্ৰপাত পৰি বাছিৰুল ইছলাম নামৰ এজন লোকৰ

গোলাঘাটত ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ বজ্ৰপাত পৰি বাছিৰুল ইছলাম নামৰ এজন লোকৰ

গোলাঘাটত ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ বজ্ৰপাত পৰি বাছিৰুল ইছলাম নামৰ এজন লোকৰ

দুৰ্নীতিৰ দৰ্পণ গোলাঘাট দেৰগাঁও,২৩ মেঃ আজি বিয়লি প্ৰায় ৪ বজাত হৰ্থাতে অহা এজাক ধুমুহা বৰষুণৰ ফলত গোলাঘাটৰ বিভিন্ন ঠাইত বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে এই ধুমুহা বৰষুণত বজ্ৰপাত পৰি বাছিৰুল ইছলাম নামৰ এজন ব্যক্তিৰ কৰুণ মৃত্যু হোৱাৰ লগতে দেৱেশ্বৰ শইকীয়া সহ ৪ জন লোক গুৰুতৰভাৱে আহত হয়। আহত কেইজনক গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও দেৱেশ্বৰ শইকীয়াৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । ঘটনা বিৱৰণী অনুসৰি আটাইকেইজন ঘোঁৰামৰা বিলত জলসম্পদ বিভাগৰ কৰ্মৰত কৰ্মী আছিল ।

RELATED ARTICLES
Lucknow
overcast clouds
30 ° C
30 °
30 °
67 %
1.6kmh
95 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular