31 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমআছাম বিশ্ববিদ্যালয়লৈ অহা -যোৱা কৰা পথ শোচনীয় অৱস্থাত

আছাম বিশ্ববিদ্যালয়লৈ অহা -যোৱা কৰা পথ শোচনীয় অৱস্থাত

আছাম বিশ্ববিদ্যালয়লৈ অহা -যোৱা কৰা পথ শোচনীয় অৱস্থাত

শিলচৰ পিএনচি,২৪ মে : শিলচৰৰ পৰা দৰগাকোনাত থকা আছাম বিশ্ববিদ্যালয়লৈ যোৱা পথৰ অৱস্থা অতি শোচনীয় হোৱাৰ বাবে এই পথেদি অহা-যোৱা কৰা কষ্টকৰ হৈ পৰিছে । ৰাষ্টাত সৃষ্টি হোৱা গাঁতবোৰৰ বাবে যানবাহন চলাচল কৰা প্ৰায় অসম্ভৱ হৈ পৰিছে। ইয়াৰ ফলত সাধাৰণ ৰাইজ আৰু বিশ্ববিদ্যালয়লৈ অহা যোৱা কৰা শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী সকল অসুবিধাৰ সন্মুখীন হৈছে। ২২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথটোৰ শিলকুড়ি অংশৰ অবস্থা খুবেই বেয়া। ইয়াত উল্লেখ কৰিব পাৰি যে আছাম বিশ্ববিদ্যালয়ৰ বাহিৰেও কেবাটাও চাহবাগিছা আৰু ফকিৰটিলাত থকা এন খাটিৰ লগতে এই পথটোৱে একমাত্ৰ সংযোগী পথ। এই পৰিস্থিতি নিৰসনৰ বাবে আছাম বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ এটা সঁজাতি দলে আজি শিলচৰত বিধায়ক ডাঃ ৰাজদীপ ৰায়ক লগ ধৰে আৰু এই পথ চোৱা অনতিপলমে মেৰামতিৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনায়। এই সঁজাতি দলটোৱে শিলচৰৰ সাংসদ পৰিমল শুক্লবৈদ্যকো লগ ধৰি এই পথৰ মেৰামতিৰ বাবে দাবী জনাইছে।

RELATED ARTICLES
Lucknow
overcast clouds
34.4 ° C
34.4 °
34.4 °
50 %
5kmh
100 %
Wed
36 °
Thu
36 °
Fri
34 °
Sat
36 °
Sun
35 °

Most Popular