33.4 C
New Delhi
Monday, July 27, 2026
spot_img
Homeঅসমআহোমগাঁও আৰক্ষীৰ জোৰদাৰ অভিযানঃ বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ কুখ্যাত মহিলা মাফিয়া গ্ৰেপ্তাৰ

আহোমগাঁও আৰক্ষীৰ জোৰদাৰ অভিযানঃ বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ কুখ্যাত মহিলা মাফিয়া গ্ৰেপ্তাৰ

আহোমগাঁও আৰক্ষীৰ জোৰদাৰ অভিযানঃ বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ কুখ্যাত মহিলা মাফিয়া গ্ৰেপ্তাৰ

দুৰ্নীতিৰ দৰ্পণ, আদিলুৰ ৰহমান,জাজৰি,২৭ এপ্ৰিল: নগাঁও জিলাৰ ধিং অঞ্চলত পুনৰ এবাৰ ড্ৰাগছ বিৰোধী অভিযানত উল্লেখযোগ্য সাফল্য লাভ কৰিছে আহোমগাঁও আৰক্ষীয়ে। গোপন খবৰৰ ভিত্তিত ধিং আৰু আহোমগাঁও আৰক্ষীৰ যুটীয়া অভিযানত ধিঙৰ বেছামাৰী ৰিজাৰ্ভ এলেকাৰ পৰা চুফিয়া খাতুন নামৰ এগৰাকী কুখ্যাত মহিলা ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰা হয়।আৰক্ষীৰ তথ্য অনুসৰি, অভিযানের সময়ত অভিযুক্তগৰাকীৰ দখলৰ পৰা এটা চাবোনৰ বাকচত লুকুৱাই ৰখা অৱস্থাত ১২.৫৩ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰা হয়। লগতে তিনিটা চুৰি মোবাইল ফোনো জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। জব্দ কৰা ড্ৰাগছখিনিৰ বজাৰ মূল্য লক্ষাধিক টকা হ’ব বুলি অনুমান কৰা হৈছে।অভিযোগ অনুসৰি, চুফিয়া খাতুনে দীৰ্ঘদিন ধৰি বেছামাৰীসহ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত ড্ৰাগছৰ অবৈধ ব্যৱসায় চলাই আহিছিল।

RELATED ARTICLES
Lucknow
overcast clouds
32.1 ° C
32.1 °
32.1 °
58 %
1.7kmh
99 %
Mon
37 °
Tue
37 °
Wed
35 °
Thu
35 °
Fri
35 °

Most Popular